ৰাম নৱমী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে তামিলনাডু ভ্ৰমণেৰে ৰামেশ্বৰমক মূল ভূখণ্ডৰে সংযোগ কৰা নতুন পাম্বন ৰেল সেতু উদ্বোধন কৰিব
April 04th, 02:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ এপ্ৰিলৰ দিনা তামিলনাডু ভ্ৰমণ কৰিব। ৰাম নৱমী উপলক্ষে দুপৰীয়া প্ৰায় ১২ বজাত তেখেতে ভাৰতৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট সামুদ্ৰিক দলং - নতুন পাম্বন ৰেল সেতু উদ্বোধনেৰে পথ দলঙৰপৰা এখন ৰেল আৰু জাহাজৰ ফ্লেগ-অফ কৰিব।প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ অৰুলমিগু ৰামনাথাস্বামী মন্দিৰত প্ৰাৰ্থনা কৰে
January 20th, 07:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ অৰুলমিগু ৰামনাথস্বামী মন্দিৰত প্ৰাৰ্থনা কৰে।