মুম্বাইত অনুষ্ঠিত ‘ৱেভছ’ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

মুম্বাইত অনুষ্ঠিত ‘ৱেভছ’ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

May 01st, 03:35 pm

আজি গুজৰাটৰো প্ৰতিষ্ঠা দিৱস, সমগ্ৰ বিশ্বতে বিয়পি থকা সকলো গুজৰাটী ভাই-ভনীলৈকো ‘গুজৰাট প্ৰতিষ্ঠা দিৱস’ৰ শুভকামনা জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱেভছ, ২০২৫ উদ্বোধন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱেভছ, ২০২৫ উদ্বোধন কৰে

May 01st, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেন্টাৰত ভাৰতৰ প্ৰথম বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES 2025) উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে তেখেতে আজি উদযাপন কৰা মহাৰাষ্ট্ৰ দিৱস আৰু গুজৰাট দিৱস উপলক্ষে সকলোকে সম্ভাষণ জনায়। সৃষ্টিশীল উদ্যোগৰ সকলো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ গণ্যমান্য ব্যক্তি, ৰাষ্ট্ৰদূত আৰু নেতৃবৃন্দৰ উপস্থিতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সমাৱেশৰ তাৎপৰ্য্যত আলোকপাতেৰে কয় যে ইয়াত ১০০ খনৰো অধিক দেশৰ শিল্পী, উদ্ভাৱক, বিনিয়োগকাৰী, নীতি নিৰ্ধাৰকসকল একত্ৰিত হৈ প্ৰতিভা আৰু সৃষ্টিশীলতাৰ এক বৈশ্বিক বাতাবৰণৰ ভেটি স্থাপন কৰিছে। “ৱেভছ কেৱল এক সংক্ষিপ্ত ৰূপেই নহয়, বৰঞ্চ এয়া সংস্কৃতি, সৃষ্টিশীলতা আৰু সৰ্বজনীন সংযোগৰ ঢৌ”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে এই সন্মিলনে চলচ্চিত্ৰ, মিউজিক, গেমিং, এনিমেচন আৰু কাহিনী কথনৰ বিস্তৃত জগতখনক প্ৰদৰ্শন কৰিছে। শিল্পী আৰু ক্ৰিয়েটৰসকলক সংযোগ আৰু তেওঁলোকৰ মাজত সহযোগিতাৰ অৰ্থে এখনি বৈশ্বিক মঞ্চ প্ৰশস্ত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঐতিহাসিক অনুষ্ঠানত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীকে অভিনন্দন জ্ঞাপনৰ লগতে ভাৰত আৰু বিদেশৰ বিশিষ্ট অতিথিসকলক উষ্ম আদৰণি জনায়।

পদ্মশ্ৰী ৰামসহায় পাণ্ডেৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

পদ্মশ্ৰী ৰামসহায় পাণ্ডেৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

April 09th, 04:58 pm

প্ৰখ্যাত লোকশিল্পী পদ্মশ্ৰী ৰামসহায় পাণ্ডেৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে অহা ২৮ ফেব্ৰুৱাৰীত নতুন দিল্লীত জাহান-ই-খুছৰৌ ২০২৫ত অংশগ্ৰহণ কৰিব

February 27th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ ফেব্ৰুৱাৰীত সন্ধিয়া প্ৰায় ৭:৩০ বজাত নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত অনুষ্ঠিত হ’বলগীয়া বৃহৎ চুফী সংগীত উৎসৱ জাহান-ই-খুছৰাউ ২০২৫ত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দেশৰ বৈচিত্ৰময় কলা-সংস্কৃতিক প্ৰচাৰৰ প্ৰবল সমৰ্থক হিচাপে কাম কৰি আহিছে। ইয়াৰ লগত সংগতি ৰাখি তেওঁ জাহান-ই-খুছৰাউত অংশগ্ৰহণ কৰিব যিটো চুফী সংগীত, কবিতা, আৰু নৃত্যৰ প্ৰতি উৎসৰ্গিত এক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ। ই বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলক একত্ৰিত কৰি আমিৰ খুছৰাউৰ উত্তৰাধিকাৰ উদযাপন কৰিব। ৰুমী ফাউণ্ডেচনৰ উদ্যোগত ২০০১ চনত প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা শিল্পী মুজাফ্ফৰ আলীয়ে আৰম্ভ কৰা এই মহোৎসৱ চলিত বৰ্ষত ২৫ বছৰীয়া জয়ন্তী উদযাপন কৰিব আৰু ২৮ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ অনুষ্ঠিত হ’ব। এই মহোৎসৱৰ সময়ত প্ৰধানমন্ত্ৰীয়ে টি ই এইচ বজাৰ (টি ই এইচ- দ্য এক্সপ্ল’ৰেশ্যন অৱ দ্য হেণ্ডমেড)ও পৰিদৰ্শন কৰিব য’ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৱান ডিষ্ট্ৰিক্ট-ৱান প্ৰডাক্টৰ শিল্পকৰ্ম আৰু অন্যান্য বিভিন্ন সুন্দৰ শিল্পকৰ্ম, হস্তশিল্প আৰু হাতৰ তাঁতশালৰ ওপৰত চুটি ছবি আদিৰ লগতে আন বহুতো সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব।

Netaji Subhas Chandra Bose's legacy will continue to inspire us in building a Viksit Bharat: PM Modi

January 23rd, 11:30 am

PM Modi addressed the nation on Parakram Diwas, paying tribute to Netaji Subhas Chandra Bose. He emphasized Netaji’s legacy of unity, sacrifice, and determination, urging everyone to step out of their comfort zones to achieve a Viksit Bharat. He highlighted the global opportunities for India and the need to stay united and vigilant against pisive forces.

Prime Minister Shri Narendra Modi’s address on Parakram Diwas

January 23rd, 11:25 am

PM Modi addressed the nation on Parakram Diwas, paying tribute to Netaji Subhas Chandra Bose. He emphasized Netaji’s legacy of unity, sacrifice, and determination, urging everyone to step out of their comfort zones to achieve a Viksit Bharat. He highlighted the global opportunities for India and the need to stay united and vigilant against pisive forces.

চাহিবাবাদ আৰআৰটিএছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰআৰটিএছ ষ্টেচনলৈ নমো ভাৰত ৰে'লৰ যাত্ৰাৰ সময়ত ছাত্ৰ-ছাত্ৰী আৰু ট্ৰেইন লোকো পাইলটৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ

January 05th, 08:50 pm

এয়া নৱযুগ, এয়া নৱ ভাৰত, আমি নিজেই লিখিম নিজৰ ভাগ্য

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে

August 07th, 10:14 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতীয় কলা-কুশলীসকলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰি তেওঁ 'ভোকেল ফৰ লোকেল' উদ্যমৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে।

Viksit Bharat Ambassador Artist Workshop Attracts Massive Participation at Delhi's Purana Quila

March 10th, 11:18 pm

On March 10, 2024, the historic Purana Quila in Delhi was filled with artistic energy as it hosted the 'Viksit Bharat Ambassadors Artist Workshop.' The National Gallery of Modern Art organised the workshop in collaboration with the Lalit Kala Akademi and the Ministry of Culture, Government of India. The theme of the day-long workshop was 'Viksit Bharat by 2047.' The workshop began registrations at 9 AM and concluded at 5 PM. Each artist was free to explore the medium, from sketching to acrylic painting, photography, and other art forms.

লালকিল্লাত পৰাক্ৰম দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 23rd, 06:31 pm

মোৰ কেবিনেট সহকৰ্মী কিষাণ ৰেড্ডীজী, অৰ্জুন ৰাম মেঘৱালজী, মীনাক্ষী লেখীজী, অজয় ভাটজী, ব্ৰিগেডিয়াৰ আৰ এছ চিকাৰাজী, আইএনএৰ প্ৰাক্তন লেফটেনেণ্ট আৰ মাধৱনজী, আৰু মোৰ মৰমৰ দেশবাসী!

PM addresses program marking Parakram Diwas celebrations at Red Fort, Delhi

January 23rd, 06:30 pm

Prime Minister Narendra Modi participated in Parakram Diwas celebrations at the Red Fort in Delhi. Addressing the gathering, the Prime Minister conveyed his best wishes on the occasion of Parakram Diwas which is celebrated on Netaji Subhas Chandra Bose’s birth anniversary. He said that Red Fort which was once a witness to the bravery and valor of Azad Hind Fauj has once again been brimming with new energy. “The last few days of January are inspirational to India’s belief, cultural consciousness, democracy and patriotism,” the Prime Minister said as he conveyed his best wishes.

প্ৰধানমন্ত্ৰীৰ ‘গৰ্বা’ গীতটো পৰিবেশন কৰাৰ বাবে শিল্পীসকলক ধন্যবাদ

October 14th, 11:57 am

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিল্পী ধ্বনি ভানুশালী, টনিষ্ক বাগ্চী আৰু Jjust Music ৰ দলটোক তেওঁ কেবাবছৰ পূৰ্বে লিখা এটা ‘গৰ্বা’ৰ সংগীত প্ৰস্তুত আৰু পৰিবেশনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আগন্তুক নৱৰাত্ৰিৰ সময়ত তেওঁ নতুন গৰ্বা শ্বেয়াৰ কৰিব বুলিও অৱগত কৰে।

নতুন দিল্লীত ‘কৰ্তব্য পথ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

September 08th, 10:41 pm

আজিৰ এই ঐতিহাসিক কাৰ্যক্ৰমৰ ওপৰত সমগ্ৰ দেশৰে দৃষ্টি আছে, সকলো দেশবাসীয়েই এই মুহূৰ্তত এই কাৰ্যক্ৰমেৰে জড়িত হৈছে। মই এই মুহূৰ্তটোৰ সাক্ষী হোৱা সকলো দেশবাসীক আন্তৰিকতাৰে স্বাগত জনাইছো, অভিনন্দন জনাইছো। এই ঐতিহাসিক ক্ষণত মোৰ সৈতে মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ শ্ৰী হৰদীপ পুৰী জী, শ্ৰী জি কিষাণ ৰেড্ডী জী, শ্ৰী অৰ্জুনৰাম মেঘৱাল জী, শ্ৰীমতী মীনাক্ষী লেখী জী, শ্ৰী কৌশল কিশোৰ জী, আজি মোৰ সৈতে মঞ্চত উপস্থিত আছে। দেশৰ অনেক গণ্যমান্য ব্যক্তিসকলো আজি ইয়াত উপস্থিত আছে।

PM inaugurates 'Kartavya Path' and unveils the statue of Netaji Subhas Chandra Bose at India Gate

September 08th, 07:00 pm

PM Modi inaugurated Kartavya Path and unveiled the statue of Netaji Subhas Chandra Bose. Kingsway i.e. Rajpath, the symbol of colonialism, has become a matter of history from today and has been erased forever. Today a new history has been created in the form of Kartavya Path, he said.

PM receives sculpture of Netaji ji Subhas Chandra Bose

April 05th, 02:40 pm

The Prime Minister, Shri Narendra Modi today received a sculpture of Netaji Subhas Chandra Bose from the artist Arun Yogiraj

জন্ম শতবাৰ্ষিকীত পণ্ডিত ভীমসেন যোশীক স্মৰণ প্ৰধানমন্ত্ৰীৰ

February 04th, 07:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকী উপলক্ষে পণ্ডিত ভীমসেন যোশীক স্মৰণ কৰে।

১০০ কোটি টিকাকৰণৰ পিছত, ভাৰত নতুন উৎসাহ আৰু শক্তিৰে আগবাঢ়িছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

October 24th, 11:30 am

মোৰ মৰমৰ দেশবাসী, আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। জনসাধাৰণক শুভেচ্ছা জনাইছো। আৰু, মই কোটি-কোটি নমস্কাৰো জনাইছো কাৰণ ১০০ কোটিৰ প্ৰতিষেধক পালিৰ পিছত আজি দেশখনে নতুন উৎসাহ, নতুন শক্তিৰে আগবাঢ়িছে। আমাৰ প্ৰতিষেধক কাৰ্যসূচীৰ সফলতাই ভাৰতৰ শক্তি, সকলোৰে প্ৰচেষ্টাৰ মন্ত্ৰৰ শক্তি প্ৰদৰ্শন কৰে।

তেওঁৰ পেইণ্টিং অঁকাৰ লগতে জনস্বাস্থ্যক লৈ চিন্তা প্ৰকট কৰা যুৱ-শিল্পীক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

August 26th, 06:02 pm

The Prime Minister Shri Narendra Modi has written to Steven Harris, a student from Bengaluru, praising him for his paintings. This rising 20 years old young artists had sent two beautiful paintings of the Prime Minister along with a letter to the Prime Minister. The Prime Minister replied with encouragement and praise.

‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ মধ্য প্ৰদেশৰ হিতাধিকাৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পাঠৰ অসমীয়া অনুবাদ

August 07th, 10:55 am

মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু মোৰ বহুদিনীয়া চিনাকী শ্ৰী মংগুভাই পেটেল, যিগৰাকী ব্যক্তিয়ে নিজৰ সম্পূৰ্ণ জীৱন আদিবাসীসকলৰ কল্যাণৰ বাবে, জনজাতীয় সমাজৰ উত্কৰ্ষ সাধনৰ উদ্দেশ্যে সম্পূৰ্ণ জীৱন উত্সৰ্গা কৰিলে, তেনে এগৰাকী ব্যক্তি মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰী মান মংগুভাই। মুখ্য মন্ত্ৰী শ্ৰীমান শিৱৰাজ সিং, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, বিধায়ক বন্ধুসকল আৰু মধ্য প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা ভাই-ভনীসকল!

মধ্য প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (PMGKAY) ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

August 07th, 10:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মধ্য প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (PMGKAY) ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। কোনো যোগ্য লোক বাদ পৰি নাযাবলৈ আঁচনিখন সন্দৰ্ভত অধিক সজাগতা সৃষ্টিৰ অৰ্থে এটি বিশাল অভিযান ৰাজ্য চৰকাৰখনে হাতত লয়। ৰাজ্যখনে ৭ আগষ্ট, ২০২১ ক প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা দিৱস হিচাপে পালন কৰে। এই কাৰ্য্যসূচীত মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে। মধ্য প্ৰদেশৰ প্ৰায় ৫ কোটি হিতাধিকাৰীয়ে আঁচনিখনৰ লাভ অৰ্জন কৰিছে।