আমাৰ প্ৰবীণ সৈনিকসকল হৈছে নায়ক আৰু দেশপ্ৰেমৰ স্থায়ী প্ৰতীক: প্ৰধানমন্ত্ৰী
January 14th, 01:21 pm
আমাৰ দেশৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা বীৰ আৰু বীৰাংগণাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আজি ‘সশস্ত্ৰ বাহিনীৰ প্ৰবীণ সদস্য দিৱস’ উপলক্ষে মন্তব্য কৰে যে আমাৰ প্ৰবীণ সৈনিকসকল হৈছে নায়ক আৰু দেশপ্ৰেমৰ স্থায়ী প্ৰতীক।