Bihar doesn't need ‘Katta Sarkar’: PM Modi in Sitamarhi
November 08th, 11:15 am
PM Modi addressed a large and enthusiastic gathering in Sitamarhi, Bihar, seeking blessings at the sacred land of Mata Sita and underlining the deep connection between faith and nation building. Recalling the events of November 8 2019, when he had prayed for a favourable Ayodhya judgment before inauguration duties the next day, he said today he had come to Sitamarhi to seek the people’s blessings for a Viksit Bihar. He reminded voters that this election will decide the future of Bihar’s youth and urged them to vote for progress.Unstoppable wave of support as PM Modi addresses rallies in Sitamarhi and Bettiah, Bihar
November 08th, 11:00 am
PM Modi today addressed large and enthusiastic gatherings in Sitamarhi and Bettiah, Bihar, seeking blessings in the sacred land of Mata Sita and highlighting the deep connection between faith and nation-building. Recalling the events of November 8, 2019, when he had prayed for a favourable Ayodhya verdict before heading for an inauguration the following day, he said he had now come to Sitamarhi to seek the people’s blessings for a Viksit Bihar.প্ৰধানমন্ত্ৰীক প্ৰদান কৰা হ'ল কী টু দ্য চিটি অব বুয়েনছ আয়াৰ্ছ সন্মান
July 06th, 02:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি বুয়েনছ আয়াৰ্ছ চহৰ চৰকাৰৰ মুৰব্বী জৰ্জ মেক্ৰি ডাঙৰীয়াই কী টু দ্য চিটি অব বুয়েনছ আয়াৰ্ছ সন্মান প্ৰদান কৰে।আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
July 06th, 01:48 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি মহামহিম জেভিয়াৰ মিলেইক সাক্ষাৎ কৰে। কাছা ৰোজাডাত উপস্থিত হোৱাৰ সময়ত ৰাষ্ট্ৰপতি মিলেই প্ৰধানমন্ত্ৰী শ্ৰী মোদীক উষ্ম আদৰণি জনায়। কালি বুয়েনছ আয়াৰ্ছত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হৈছিল। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে । কাৰণ ৫৭ বছৰৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো আৰ্জেণ্টিনা ভ্ৰমণ। ভাৰত-আৰ্জেণ্টিনাৰ সম্পৰ্কৰ এয়া এক গুৰুত্বপূৰ্ণ বছৰ, কাৰণ দুয়োখন দেশে কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰ উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ৰাষ্ট্ৰপতি মিলেইৰ লগতে তেওঁৰ প্ৰতিনিধি দলৰ প্ৰতি তেওঁক আগবঢ়োৱা আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।ছান মাৰ্টিন স্মাৰকত মাল্যাৰ্পণ কৰিলে প্ৰধানমন্ত্ৰীয়ে
July 06th, 12:08 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্জেণ্টিনাৰ জাতিৰ পিতৃ জেনেৰেল জোচে ডি ছান মাৰ্টিনক শ্ৰদ্ধাঞ্জলি জনাই আনুষ্ঠানিকভাবে আৰ্জেণ্টিনা ভ্ৰমণৰ আৰম্ভণি কৰে।আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
July 05th, 07:23 am
কিছু সময়ৰ পূৰ্বে আৰ্জেণ্টিনাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ ৰাষ্ট্ৰপতি মিলেইৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।ঘানা, ত্ৰিনিদাদ আৰু টোবাগো, আৰ্জেন্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
July 02nd, 07:34 am
মই ৰাষ্ট্ৰপতি মহামহিম জন ড্ৰামানী মহামাৰ নিমন্ত্ৰণমৰ্মে ২-৩ জুলাইত ঘানা ভ্ৰমণ কৰিম। ঘানা হৈছে গ্ল’বেল চাউথৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু দেশখনে আফ্ৰিকান ইউনিয়ন আৰু পশ্চিম আফ্ৰিকাৰ দেশসমূহৰ অৰ্থনৈতিক সমাজত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমাৰ ঐতিহাসিক সম্পৰ্কক অধিক গভীৰ কৰি তোলা আৰু বিনিয়োগ, শক্তি, স্বাস্থ্য, নিৰাপত্তা, সামৰ্থ্য গঠন তথা উন্নয়ন অংশীদাৰিত্বকে প্ৰমুখ্য কৰি সহযোগিতাৰ নতুন পথ মুকলিৰ লক্ষ্যৰে আলোচনাৰ বাবে মই আগ্ৰহী হৈ উঠিছোঁ। ঘানাৰ সংসদত ভাষণ প্ৰদান কাৰ্য্য সন্মানৰ কথা হ’ব।প্ৰধানমন্ত্ৰীৰ ঘানা, ট্ৰিনিদাদ আৰু ট'বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল তথা নামিবিয়া ভ্ৰমণ (২ৰ পৰা ৯জুলাইলৈ)
June 27th, 10:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ০২-০৩ জুলাইত ঘানা ভ্ৰমণ কৰিব।এয়া হ’ব প্ৰধানমন্ত্ৰীৰ প্ৰথম ঘানা ভ্ৰমণ। তিনি দশকৰ অন্তত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘানালৈ ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হ'ব আৰু দুয়ো খন দেশৰ মাজত শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিষয়ে পৰ্যালোচনা কৰিব । বৈঠকত অৰ্থনৈতিক, শক্তি, আৰু প্ৰতিৰক্ষা সহযোগিতা, আৰু উন্নয়ন সহযোগিতা অংশীদাৰিত্বৰ জৰিয়তে দুয়ো খন দেশৰ সম্পৰ্কক অধিক উল্লত কৰাৰ বিষয়ে আলোচনা কৰা হ'ব। এই ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ লগতে ইকোৱাছ [পশ্চিম আফ্ৰিকান ৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্প্ৰদায়] আৰু আফ্ৰিকান ইউনিয়নৰ সৈতে ভাৰতৰ সংযোগ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক পুনৰ সুদৃঢ় কৰিব।PM Modi meets with the President of Argentina
November 20th, 08:09 pm
PM Modi met Argentine President Javier Milei at the G20 Summit in Rio. They discussed governance, celebrated the growth of the India-Argentina Strategic Partnership, and highlighted expanding cooperation in trade, critical minerals, defence, energy, and technology. It marked their first bilateral meeting.Prime Minister congratulates Javier Milei for winning Argentina’s presidential election
November 20th, 05:00 pm
The Prime Minister, Shri Narendra Modi congratulated Javier Milei for winning Argentina’s presidential election.বৈশ্বিক জৈৱইন্ধন মৈত্ৰী (জিবিএ)ৰ শুভাৰম্ভ
September 09th, 10:30 pm
নতুন দিল্লীত জি-২০ শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে ৯ ছেপ্টেম্বৰ, ২০২৩ত ছিংগাপুৰ, বাংলাদেশ, ইটালী, মাৰ্কিন যুক্তৰাষ্ট্ৰ, আৰ্জেণ্টিনা, মৰিচাছ আৰু সংযুক্ত আৰৱ এমিৰেটছৰ নেতৃবৰ্গৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৈশ্বিক জৈৱ ইন্ধন মৈত্ৰীৰ শুভাৰম্ভ কৰে৷ব্ৰিকছ সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্য
August 24th, 01:32 pm
প্ৰথমতে, এই ব্ৰিকছ সন্মিলনৰ সফল আয়োজনৰ বাবে মই ৰাষ্ট্ৰপতি, মোৰ বন্ধু ৰামাফোচাজীক অভিনন্দন জনাইছো।PM congratulates Argentina on becoming FIFA World Cup Champions
December 18th, 11:55 pm
The Prime Minister, Shri Narendra Modi has congratulated Argentina on becoming FIFA World Cup Champions. Shri Modi also congratulates France for a spirited performance at the FIFA World Cup.Meeting of Prime Minister with President of Argentina on the sidelines of G-7 Summit
June 27th, 09:09 am
Prime Minister Shri Narendra Modi met President of Argentina, H.E. Mr. Alberto Fernandez, in Munich on the sidelines of G7 Summit on 26 June 2022.আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে এলবাৰ্টো ফাৰ্ণাণ্ডেজক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
October 30th, 08:36 pm
আৰ্জেণ্টিনাত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত সফলতাৰে জয়লাভ কৰা এলবাৰ্টো ফাৰ্ণাণ্ডেজক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।PM Modi's meetings on the sidelines of G-20 Summit in Buenos Aires, Argentina
December 01st, 07:56 pm
PM Narendra Modi held productive talks with several world leaders on the margins of the G-20 Summit in Buenos Aires, Argentina.PM Modi holds talks with President Mauricio Macri
December 01st, 05:48 pm
Prime Minister Narendra Modi met President Mauricio Macri. The two leaders had extensive discussions on further cementing India-Argentina relations.পলাতক অৰ্থনৈতিক অপৰাধী বিৰুদ্ধে আৰু সম্পত্তি বাজেয়াপ্তৰ সন্দৰ্ভত কাৰ্য ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত জি২০ক ভাৰতৰ ৯টা পৰামৰ্শ
November 30th, 11:55 pm
পলাতক অৰ্থনৈতিক অপৰাধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে জি-২০ সদস্যভুক্ত দেশসমূহৰ মাজত সক্ৰিয় আৰু শক্তিশালী সহযোগিতা বৃদ্ধিত গুৰুত্ব দিয়া।ৰাছিয়া-ভাৰত-চীন ত্ৰিপাক্ষিক বৈঠক
November 30th, 11:50 pm
বুয়েনছ এয়াৰছত আজি প্ৰধানমন্ত্ৰী মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজত এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়৷PM Modi attends trilateral meet with the US President and Japanese PM in Argentina
November 30th, 11:50 pm
PM Narendra Modi, US President Donald Trump and Japanese PM Shinzo Abe met in Buenos Aires for the historic JAI (Japan, America, India) trilateral on the sidelines of the ongoing G-20 Summit.