প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰব বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ প্ৰতিনিধি দলক আদৰণি জনায়

January 31st, 02:39 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰৰ বাবে ভাৰত-আৰব বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ বাবে ভাৰতত উপস্থিত হোৱা আৰব দেশৰ বৈদেশিক মন্ত্ৰী, লীগ অব আৰব ৰাষ্ট্ৰৰ মহাসচিব আৰু আৰব প্ৰতিনিধি দলৰ মুৰব্বীসকলক আদৰণি জনায়।