প্ৰধানমন্ত্ৰীক সাক্ষাৎ এন্থ্ৰ'পিকৰ চিইঅ' ডাৰিঅ' আমোডেৰ
October 12th, 12:05 am
এন্থ্ৰ'পিকৰ মুখ্য কাৰ্যবাহী বিষয়া ডাৰিয়' আমোডেই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এই বৈঠকত ভাৰতত এন্থ্ৰ'পিকৰ সম্প্ৰসাৰণ আৰু ইয়াৰ এআই টুলছ যেনে ক্ল'ড ক'ডৰ ক্ৰমবৰ্ধমান ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয়। জুন মাহৰ পৰা দেশত ইয়াৰ ব্যৱহাৰ পাঁচগুণ বৃদ্ধি পাইছে।