অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজ আৰু শ্ৰীমতী জোডি হেডনক তেওঁলোকৰ বিয়াৰ বাবে অভিনন্দন প্ৰধানমন্ত্ৰীৰ
November 29th, 09:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ পৰম মিত্ৰ তথা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজ আৰু মিছেছ জোডি হেডনক তেওঁলোকৰ বিয়া উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছে।Joint statement by the Government of India, the Government of Australia and the Government of Canada
November 22nd, 09:21 pm
India, Australia, and Canada have agreed to enter into a new trilateral partnership: the Australia-Canada-India Technology and Innovation (ACITI) Partnership. The three sides agreed to strengthen their ambition in cooperation on critical and emerging technologies. The Partnership will also examine the development and mass adoption of artificial intelligence to improve citizens' lives.জি-২০ নেতৃবৰ্গৰ সন্মিলনৰ সমান্তৰালভাৱে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
November 21st, 10:43 pm
দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ নেতা সন্মিলনৰ সমান্তৰালভাৱে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এইচ ই মিষ্টাৰ এণ্টনি আলবানিজে বৈঠকত মিলিত হয়। ২০২০ চনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত সম্পৰ্কটো সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ পিছত বিগত পাঁচ বছৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত সহযোগিতা গভীৰ আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাত দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বজুৰি যুঁজখন শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিছিল নেতাসকলে।PM Modi expresses gratitude to world leaders for birthday wishes
September 17th, 03:03 pm
The Prime Minister Shri Narendra Modi expressed his gratitude to the world leaders for greetings on his 75th birthday, today.জি-৭ সন্মিলনৰ আঁৰত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰে মিলিত প্ৰধানমন্ত্ৰী
June 18th, 02:49 pm
১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম এন্থনি আলবানিজৰে মিলিত হয়।অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষামন্ত্ৰীয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীক
June 04th, 04:52 pm
অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী মাননীয় ৰিচাৰ্ড মাৰ্লেছে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শেহতীয়াকৈ অনুষ্ঠিত অষ্ট্ৰেলিয়াৰ ফেডাৰেল নিৰ্বাচনত অষ্ট্ৰেলিয়ান লেবাৰ পাৰ্টিৰ ঐতিহাসিক বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে উপ-প্ৰধানমন্ত্ৰী মাৰ্লেছক অভিনন্দন জনায়।PM Modi congratulates Prime Minister Anthony Albanese of Australia on his historic second term
May 06th, 02:41 pm
Prime Minister Shri Narendra Modi held a telephone conversation with The Hon Anthony Albanese today and congratulated him on his historic re-election as the 32nd Prime Minister of Australia.অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাত এণ্ঠনী আলবেনিজক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনায়
May 03rd, 06:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা মিঃ এণ্ঠনী আলবেনিজক অভিনন্দন জ্ঞাপন কৰে।জম্মু আৰু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা বিশ্ববাসীৰ
April 24th, 03:29 pm
২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু আৰু কাশ্মীৰৰ পেহেলগামত নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে বিশ্বৰ নেতাসকল ঐক্যবদ্ধ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বজুৰি আগবঢ়োৱা সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰতিশ্ৰুতি দিয়ে যে “ভাৰতে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলক পৃথিৱীৰ পৰাই নিৰ্মূল কৰিব।”অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু প্ৰধানমন্ত্ৰীৰ একাদশ ক্ৰিকেট দলক সাক্ষাৎ কৰাক লৈ আনন্দিত প্ৰধানমন্ত্ৰী
November 28th, 07:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত আৰু প্ৰধানমন্ত্ৰীৰ একাদশ ক্ৰিকেট দলক অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে সাক্ষাৎ কৰাত আনন্দ প্ৰকাশ কৰিছে। অষ্ট্ৰেলিয়াত চলি থকা টেষ্ট শৃংখলাত ভাৰতীয় ক্ৰিকেটাৰসকলৰ সুন্দৰ আৰম্ভণিৰ বাবেও শ্ৰী মোদীয়ে প্ৰশংসা কৰে।Second India-Australia Annual Summit
November 20th, 08:38 pm
PM Modi and Australian PM Anthony Albanese held the 2nd India-Australia Annual Summit in Rio de Janeiro. They reaffirmed their commitment to the Comprehensive Strategic Partnership, focusing on defense, trade, education, renewable energy, and people-to-people ties.যৌথ বিবৃতিঃ দ্বিতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক শীৰ্ষ সন্মিলন
November 19th, 11:22 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ উপস্থিতিত ২০২৪ চনৰ ১৯ নৱেম্বৰত ৰিঅ’ ডি জেনেইৰ’ত গ্ৰুপ অফ ২০ (জি-২০) শীৰ্ষ সন্মিলনৰ সুযোগত দ্বিতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়। ২০২৫ চনত ভাৰত-অষ্ট্ৰেলিয়া সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ পঞ্চম বৰ্ষপূৰ্তিৰ পূৰ্বে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তন আৰু নবীকৰণযোগ্য শক্তি, বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, শিক্ষা আৰু গৱেষণা, দক্ষতা, গতিশীলতা, বিজ্ঞান আৰু প্ৰযুক্তি, আদি আঞ্চলিক বিষয়সমূহৰ ওপৰত আলোচনা কৰে আৰু বহুপক্ষীয় সহযোগিতা, সামাজিক আৰু সাংস্কৃতিক সম্পৰ্ক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি কেইবাটাও মূল ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত মহত্বপূৰ্ণ অগ্ৰগতিৰ উল্লেখ কৰে।ফেক্ট শ্বীট: ২০২৪ কোৱাড নেতাসকলৰ শীৰ্ষ সন্মিলন
September 22nd, 12:06 pm
২০২৪ চনৰ ২১ ছেপ্টেম্বৰত চতুৰ্থ কোৱাড লিডাৰ্ছ ছামিটৰ বাবে ডেলাৱেৰৰ উইলমিংটনত ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেন জুনিয়ৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ, জাপানৰ প্ৰধানমন্ত্ৰী কিছিদা ফুমিঅ’ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আতিথ্য প্ৰদান কৰে।The Wilmington Declaration Joint Statement from the Leaders of Australia, India, Japan, and the United States
September 22nd, 11:51 am
PM Modi joined leaders from the U.S., Australia, and Japan for the fourth Quad Leaders Summit in Wilmington, Delaware. The Quad reaffirmed its commitment to a free, open, and inclusive Indo-Pacific, opposing destabilizing actions and supporting regional peace, security, and sustainable development. The leaders emphasized respect for international law, democratic values, and regional institutions like ASEAN and the Pacific Islands Forum.অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
September 22nd, 07:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ মহামহিম প্ৰধানমন্ত্ৰী এন্থনী এলবানিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উইলমিংটনত অনুষ্ঠিত ‘ষষ্ঠ কোৱাড লীডাৰ্ছ সন্মিলন’ৰ সময়ত এক বৈঠকত মিলিত হয়। ২০২২-ৰ মে’ মাহৰ পৰা এয়া আছিল তেওঁলোকৰ মাজত অনুষ্ঠিত নৱম ব্যক্তিগত বাৰ্তালাপ।QUAD নেতাসকলৰ কেন্সাৰ মুনশ্বট কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণৰ অনুবাদ
September 22nd, 06:25 am
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি বাইডেনক মই আন্তৰিক অভিনন্দন জনাইছো। ইয়াৰ দ্বাৰা সুলভ, আহৰণযোগ্য আৰু মানসম্পন্ন স্বাস্থ্যসেৱাৰ প্ৰতি আমাৰ উমৈহতীয়া প্ৰতিশ্ৰুতি প্ৰতিফলিত হয়। Covid মহামাৰীৰ সময়ত আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশৰ বাবে “QUAD Vaccine Initiative” গ্ৰহণ কৰিছিলো আৰু মই আনন্দিত যে QUAD ত আমি একেলগে ছাৰ্ভাইকেল কেন্সাৰৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ সিদ্ধান্ত লৈছো।প্ৰধানমন্ত্ৰীয়ে কোৱাড কেন্সাৰ মুনশ্বট ইভেণ্টত অংশগ্ৰহণ কৰে
September 22nd, 06:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উইলমিংটন, ডেলাৱেৰত কোৱাড নেতাসকলৰ শীৰ্ষ সন্মিলন উপলক্ষে ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেন জুনিয়ৰৰ দ্বাৰা আয়োজিত কোৱাড কেন্সাৰ মুনশ্বট কাৰ্যসূচীত অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰীয়ে ডেলাৱেৰৰ উইলমিংটনত অনুষ্ঠিত হোৱা কোৱাড লিডাৰৰ ষষ্ঠ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে
September 22nd, 05:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ২১ ছেপ্টেম্বৰত ডেলাৱেৰৰ উইলমিংটনত অনুষ্ঠিত হোৱা কোৱাড লিডাৰৰ ষষ্ঠ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। এই গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী জোচেফ আৰ বাইডেনে। এই শীৰ্ষ সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী এণ্ঠনি আলবানিজ আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী ফুমিঅ’ কিছিদাও উপস্থিত থাকে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্টনি আলবেনিজৰ সৈতে বাৰ্তালাপ কৰে
August 26th, 01:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্টনি আলবেনিজৰ সৈতে বাৰ্তালাপ কৰে। দুয়োগৰাকী নেতাই কোৱাডকে প্ৰমুখ্য কৰি বহুপক্ষীয় মঞ্চত দ্বিপাক্ষিক সম্পৰ্ক আৰু সহযোগিতাৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ অভিনন্দনসূচক ফোন লাভ প্ৰধানমন্ত্ৰীৰ
June 06th, 01:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ ফোন কল লাভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক তেওঁৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।