‘এছিয়ান পেৰা গে’মছ ২০২২’ ত পুৰুষৰ ‘১৫০০ মিটাৰ – টি১১;ৰ চূড়ান্ত প্ৰতিযোগিতাত অংকুৰ ধামাই লাভ কৰা সোণৰ পদক উদযাপন কৰে প্ৰধানমন্ত্ৰীয়ে

October 25th, 04:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত ‘এছিয়ান পেৰা গে’মছ ২০২২’ত পুৰুষৰ ‘১৫০০ মিটাৰ-টি-১১ৰ চূড়ান্ত প্ৰতিযোগিতা’ত ‘স্বৰ্ণ পদক’ অৰ্জন কৰাৰ বাবে অংকুৰ ধামাক অভিনন্দন জ্ঞাপন কৰে।

এছিয়ান পেৰা গেমছ ২০২২ৰ পুৰুষৰ ৫০০০ মিটাৰ টি১১ ইভেণ্টত অংকুৰ ধামাৰ স্বৰ্ণ পদক জয়ক উদযাপন প্ৰধানমন্ত্ৰীৰ

October 23rd, 06:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ৰ পুৰুষৰ ৫০০০ মিটাৰ টি১১ ইভেণ্টত স্বৰ্ণ পদক জয়ৰ বাবে অংকুৰ ধামাক অভিনন্দন জ্ঞাপন কৰিছে৷