দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
April 14th, 01:25 pm
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী; এই ৰাজ্যৰ জনপ্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী যুৱ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী জী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী শ্ৰী নীতিন গাডকাৰী জী আৰু শ্ৰী অজয় তামতা জী; প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী; ৰাজ্যপাল আনন্দিবেন; দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাজী; মঞ্চত উপবিষ্ট—ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰী মহেন্দ্ৰ ভট্ট জী; প্ৰাক্তন ৰাজ্যপাল শ্ৰী ভগত সিং কেশৰী জী; প্ৰাক্তন মুখ্যমন্ত্ৰী—ভাই ৰমেশ পোখৰিয়াল, শ্ৰী বিজয় বহুগুণা, শ্ৰী তিৰথ সিং ৰাৱট, আৰু শ্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱট; উত্তৰাখণ্ড চৰকাৰৰ সকলো মন্ত্ৰী; সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্য; আৰু ইমান বিপুল সংখ্যাত ইয়াত গোট খোৱা মোৰ মৰমৰ ভাই-ভনীসকল।দিল্লী–ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
April 14th, 01:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ড আৰু বিস্তৃত ৱঅঞ্চলৰ উন্নয়নৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধন কৰে। ডেৰাডুনত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে বৈশাখী, ব’হাগ বিহু আৰু পুথাণ্ডু উপলক্ষ্যে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি এই উদ্বোধনী অনুষ্ঠানটোৰ সৈতে সমগ্ৰ ভাৰতবৰ্ষত চলি থকা উৎসৱমুখৰ উদযাপনৰ মিল থকা বুলি উল্লেখ কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’-ত এআই-ৰ সাফল্যসমূহৰ পৰা টি-২০ বিশ্বকাপলৈকে ভাৰতৰ উত্থানৰ কথা উল্লেখ কৰে
February 22nd, 11:30 am
চলিত মাহৰ ‘মন কী বাত’-ত দিল্লীত অনুষ্ঠিত ‘ইণ্ডিয়া এ আই ইমপেক্ট ছামিট’-ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে কয়। ভাৰতীয় মূলৰ ক্ৰিকেটাৰ, অংগদান, নদী উৎসৱ, ডিজিটেল নিৰাপত্তা, ‘পৰীক্ষ পে’ চৰ্চা’ আদি বহু গুৰুত্বপূৰ্ণ বিষয় তেওঁ স্পৰ্শ কৰে। তেওঁ আলোকপাত কৰে যে অহা ২৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত ‘ৰাজাজী উৎসৱ’ উদযাপন কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নাৰী শক্তিৰ সৈতে গভীৰ সম্পৰ্ক ৰখাৰ কথা উল্লেখ কৰি তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতা জীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে।অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি
November 19th, 01:46 pm
প্ৰধানমন্ত্ৰীয়ে প্ৰশান্তি নিলয়মৰ সাই কুলৱন্ত হলত শ্ৰী সত্য সাই বাবাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তাৰ পাছত দৰ্শনৰ বাবে ওমকাৰ হললৈ যায়। তেওঁ কয় যে এই পবিত্ৰ স্থানসমূহত উপস্থিত হ’লে শ্ৰী সত্য সাই বাবাৰ অসীম সহানুভূতি আৰু মানৱতাৰ উত্থানৰ বাবে জীৱনজোৰা প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়ে। তেওঁ লগতে কয় যে শ্ৰী সত্য সাই বাবাৰ নিঃস্বাৰ্থ সেৱাৰ বাৰ্তাই লাখ লাখ লোকক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে।জীৱ-জন্তুৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত সদায় সকলোৰে আগত থাকিব: প্ৰধানমন্ত্ৰী
March 09th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত বন্যপ্ৰাণী বৈচিত্ৰ্য আৰু বন্যজীৱক উদযাপন কৰা সংস্কৃতিৰে আশীৰ্বাদপু্ষ্ট। আমি সদায় জীৱ-জন্তুৰ সুৰক্ষা আৰু এক বহনক্ষম গ্ৰহৰ প্ৰতি অৰিহণা যোগোৱাৰ ক্ষেত্ৰত সকলোৰে আগত থাকিম, শ্ৰী মোদীয়ে লগতে কয়।বনতাৰাত প্ৰধানমন্ত্ৰী মোদীৰ দিনঃ আশাৰে বন্যপ্ৰাণীৰ শুশ্ৰূষা
March 05th, 03:15 pm
২০২৫ চনৰ ৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ জামনগৰত অৱস্থিত যুগান্তকাৰী বন্যপ্ৰাণী উদ্ধাৰ, পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ বনতাৰা উদ্বোধন কৰে। ৰিলায়েন্স জামনগৰ শোধনাগাৰ কমপ্লেক্সৰ ভিতৰত ৩৫০০ একৰতকৈও অধিক মাটিত বিস্তৃত বনতাৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ পৰিসৰ, যিয়ে ২০০০ৰো অধিক প্ৰজাতিৰ পৰা ১.৫ লাখৰো অধিক উদ্ধাৰ কৰা, বিপন্ন আৰু বিলুপ্তপ্ৰায় জীৱ-জন্তুক আশ্ৰয় প্ৰদান কৰা হৈছে। বনতাৰা কেৱল আশ্ৰয় শিবিৰ নহয়, পশু কল্যাণ আৰু পৰিৱেশ বহনক্ষমতাৰ প্ৰতি ভাৰতৰ বিকাশশীল তথা নৈতিক দায়বদ্ধতাৰ প্ৰমাণ।যোৱা দশকত বাঘ, নাহৰফুটুকী, গঁড়ৰ জনসংখ্যাও বৃদ্ধি পাইছে, ইয়াৰ পৰা বুজা যায় যে আমি বন্যপ্ৰাণীক কিমান গভীৰভাৱে লালন-পালন কৰোঁ আৰু জীৱ-জন্তুৰ বাবে বহনক্ষম বাসস্থান নিৰ্মাণৰ বাবে কাম কৰি আছো: প্ৰধানমন্ত্ৰী
March 03rd, 12:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে যোৱা দশকত বাঘ, নাহৰফুটুকী, গঁড়ৰ জনসংখ্যাও বৃদ্ধি পাইছে, ইয়াৰ পৰা বুজা যায় যে আমি বন্যপ্ৰাণীক কিমান গভীৰভাৱে লালন-পালন কৰোঁ আৰু জীৱ-জন্তুৰ বাবে বহনক্ষম বাসস্থান নিৰ্মাণৰ বাবে কাম কৰি আছো।প্ৰধানমন্ত্ৰীয়ে শ্ৰী ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে
October 10th, 05:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে শ্ৰী টাটা দূৰদৰ্শী ব্যৱসায়ী নেতা তথা সহানুভূতিশীল আৰু এগৰাকী অসাধাৰণ ব্যক্তি আছিল। নম্ৰতা, দয়া আৰু সমাজক উন্নত কৰাৰ প্ৰতি থকা তেওঁৰ অটল প্ৰতিশ্ৰুতিয়ে শ্ৰী টাটাক সকলোৰে মাজত প্ৰিয় কৰি তুলিছিল।Prime Minister names new born calf in his residence ‘Deepjyoti’
September 14th, 12:21 pm
The Prime Minister, Shri Narendra Modi has named a new born calf in his residence as Deepjyoti.মহাকাশ খণ্ডৰ সংস্কাৰৰ দ্বাৰা দেশৰ যুৱক-যুৱতীসকল লাভৱান হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
August 25th, 11:30 am
বন্ধুসকল, মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলো যথেষ্ট উপকৃত হৈছে, গতিকে মই ভাবিলোঁ যে আজি ‘মন কী বাত’ত মহাকাশ খণ্ডৰ সৈতে জড়িত মোৰ কেইজনমান যুৱ বন্ধুৰ সৈতে কথা পাতো৷ মোৰ সৈতে কথা পাতিবলৈ যোগদান কৰিছে স্পেচটেক ষ্টাৰ্ট-আপ গেলেক্সআইৰ দলটো। এই ষ্টাৰ্ট-আপ আৰম্ভ কৰিছিল আইআইটি-মাদ্ৰাজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে। এই আটাইকেইজন যুৱক আজি মোৰ লগত ফোন লাইনত সংযোগ হৈছে৷ তেওঁলোক হৈছে সুয়াশ, ডেনিয়েল, ৰক্ষিত, কিষাণ আৰু প্ৰনীত। আহক, এই যুৱকসকলৰ অভিজ্ঞতা সম্পৰ্কে আমি জানো।আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদসকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 03rd, 09:35 am
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, আন্তৰ্জাতিক কৃষি অৰ্থনীতি পৰিষদৰ অধ্যক্ষ ড° মতীন কাইম, নিটি আয়োগৰ সদস্য শ্ৰী ৰমেশ জী, ভাৰত আৰু অন্যান্য দেশৰ কৃষি বিজ্ঞানী, গৱেষক, কৃষি খণ্ডৰ সৈতে জড়িত বিভিন্ন বিশ্ববিদ্যালয়ৰ আমাৰ সতীৰ্থসকল , বিশেষজ্ঞ আৰু অংশীদাৰসকল, ভদ্ৰমহিলাসকল,PM inaugurates the 32nd International Conference of Agricultural Economists
August 03rd, 09:30 am
Prime Minister Narendra Modi inaugurated the 32nd International Conference of Agricultural Economists, emphasizing the need for global cooperation in agriculture and the importance of sustainable farming practices. The PM also highlighted India's efforts in digital agriculture, water conservation, and soil health management.Cabinet approves extension of Animal Husbandry Infrastructure Development Fund
February 01st, 11:36 am
Union Cabinet chaired by Prime Minister Narendra Modi approved the continuation of Animal Husbandry Infrastructure Development Fund (AHIDF) to be implemented under Infrastructure Development Fund (IDF) with an outlay of Rs.29,610.25 crore for another three years up to 2025-26. The scheme will incentivize investments for Dairy processing and product persification, meat processing and product persification, Animal Feed Plant, Breed multiplication farm, and more.India-Greece Joint Statement
August 25th, 11:11 pm
At the invitation of Prime Minister H.E. Kyriakos Mitsotakis, PM Modi paid an official visit to Greece. Both leaders held high level talks in a warm and friendly atmosphere. They noted the ongoing cooperation between the two sides and exchanged views on bilateral, regional and international issues of mutual interest.গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে অনুষ্ঠিত যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
August 25th, 02:45 pm
মহামহিম প্ৰধানমন্ত্ৰী মিটছোটাকিছ, দুয়োখন দেশৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ বন্ধু-বান্ধৱীসকল, নমস্কাৰ!ৱান আৰ্থ ৱান হেল্থ - এডভাণ্টেজ হেল্থকেয়াৰ ইণ্ডিয়া ২০২৩-ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 26th, 03:40 pm
মহামান্য, বিশ্বৰ বিভিন্ন দেশৰ স্বাস্থ্য মন্ত্ৰী, পশ্চিম এছিয়া, চাৰ্ক, আছিয়ান আৰু আফ্ৰিকান অঞ্চলৰ বিশিষ্ট প্ৰতিনিধিসকল, মই আপোনালোক সকলোকে ভাৰতলৈ উষ্ম আদৰণি জনাইছো। মোৰ কেবিনেটৰ সহকৰ্মী আৰু ভাৰতীয় স্বাস্থ্যসেৱা উদ্যোগৰ প্ৰতিনিধিসকলক শুভেচ্ছা জনাইছো!প্ৰধানমন্ত্ৰীয়ে ৱান আৰ্থ ৱান হেল্থ–এডভান্টেজ হেল্থকেয়াৰ ইণ্ডিয়া ২০২৩ৰ ষষ্ঠ সংস্কৰণ উদ্বোধন কৰে
April 26th, 03:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৱান আৰ্থ ৱান হেল্থ-এডভান্টেজ হেল্থকেয়াৰ ইণ্ডিয়া-২০২৩ৰ শুভাৰম্ভ কৰে আৰু ভাষণ আগবঢ়ায়।চিকবল্লাপুৰত শ্ৰী মধুসূদন সাই ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্চৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
March 25th, 11:40 am
ইমান উদ্যম আৰু উৎসাহেৰে আপোনালোক সকলোৱে বহু সপোন আৰু নতুন সংকল্পৰে সেৱাৰ এই মহান ধাৰাটোৰ সৈতে জড়িত হৈ আছে, তাৰ বাবে আপোনাসৱৰ শলাগ লৈছোঁ। আপোনাসৱক লগ পোৱাটোও মোৰ বাবে পৰম সৌভাগ্যৰ কথা। আপোনাসৱৰ ওচৰত মই অতিশয় কৃতজ্ঞ। চিকবল্লাপুৰ আধুনিক ভাৰতৰ অন্যতম স্থপতি ছাৰ এম. বিশ্বেশ্বৰায়ৰ জন্মস্থান। ক্ষন্তেক পূৰ্বে মই ছাৰ বিশ্বেশ্বৰায়ৰ সমাধিস্থলত পুষ্পাঞ্জলি অৰ্পণৰ লগতে তেওঁৰ সংগ্ৰহালয় দৰ্শনৰ সৌভাগ্য লাভ কৰিলোঁ। এই পবিত্ৰ ভূমিক প্ৰণাম জনাইছোঁ। এই পৱিত্ৰ ভূমিৰপৰা প্ৰেৰণা লৈ কৃষক আৰু সাধাৰণ লোকৰ বাবে তেওঁ নতুন-নতুন উদ্ভাৱন, উৎকৃষ্ট অভিযান্ত্ৰিক প্ৰকল্প গঢ়িছিল।কৰ্ণাটকৰ চিক্কাবল্লাপুৰত শ্ৰী মধুসুদন সাই চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান উদ্বোধন প্ৰধানমন্ত্ৰীৰ
March 25th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চিক্কাবল্লাপুৰত শ্ৰী মধুসুদন সাই চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান উদ্বোধন কৰে। এছএমএছআইএমএছআৰে সকলোকে চিকিৎসা শিক্ষা আৰু মানসম্পন্ন চিকিৎসা সেৱা-সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব। ২০২৩ চনৰ শিক্ষাবৰ্ষত এই প্ৰতিষ্ঠানটোৰ কাৰ্য-কাজ আৰম্ভ হ’ব।বিশ্ব বন্যপ্ৰাণী দিৱসত বন্যপ্ৰাণী সংৰক্ষণবিদ আৰু অনুৰাগী সকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
March 03rd, 06:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে বন্যপ্ৰাণী সংৰক্ষণকাৰী আৰু এই ক্ষেত্ৰখনৰ সৈতে জড়িত সকলো লোকক শুভেচ্ছা জ্ঞাপন কৰিছে।