অভিনেতা ৰাম চৰণ আৰু শ্ৰী অনিল কামিনেনীৰ সৈতে বৈঠকত ধনুৰ্বিদ্যাক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টাক প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে
October 12th, 09:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনেতা ৰাম চৰণ আৰু তেওঁৰ পত্নী শ্ৰীমতী উপাসনা কনিডেলা আৰু শ্ৰী অনিল কামিনেনীক সাক্ষাৎ কৰে।