এণ্ডি জেছিৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

June 25th, 02:30 pm

নতুন দিল্লীত আজি এমাজনৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ডি জেচিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতত আমাজনৰ ৪৮ বিলিয়ন ডলাৰৰ অভিলেখ বিনিয়োগে ভাৰতত বিনিয়োগৰ বাবে সমগ্ৰ বিশ্বৰ বৰ্ধিত আগ্ৰহক প্ৰতিফলিত কৰে।