২০২৬ চনৰ বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত ঐতিহাসিক কৃতিত্বৰ বাবে প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
July 26th, 03:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৬ চনৰ বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত প্ৰদৰ্শন কৰা ঐতিহাসিক কৃতিত্ব বাবে প্ৰশংসা কৰে। সোণৰ পদক লাভ কৰাৰ লগতে বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় স্কোৱাছ খেলুৱৈ হিচাপে পৰিগণিত অনাহত সিঙক লৈ তেওঁ গৌৰৱ প্ৰকাশ কৰে।বিশ্বকাপ জয় কৰা ভাৰতীয় স্কোৱাছ দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
December 15th, 10:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় স্কোৱাছ দলটোক প্ৰথমবাৰৰ বাবে এছডিএটি স্কোৱাছ বিশ্বকাপ ২০২৫ খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰাৰ বাবে অভিনন্দন জনাইছে।স্কোয়াছ মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক লাভৰ বাবে প্ৰধানমন্ত্ৰীয়ে অভয় সিং আৰু অনাহত সিঙক অভিনন্দন জনাইছে
October 04th, 08:04 pm
এছিয়ান গেমছত স্কোয়াছ মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক লাভৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভয় সিং আৰু অনাহত সিঙক অভিনন্দন জনাইছে।এছিয়ান গেমছত ব্ৰঞ্জৰ পদক বিজয়ী মহিলা স্কোৱাছ দলক উৎসাহ যোগালে প্ৰধানমন্ত্ৰীয়ে
September 29th, 08:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত ব্ৰঞ্জৰ পদক বিজয়ী মহিলা স্কোৱাছ দলক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে এই কৃতিত্বৰ বাবে দীপিকা পাল্লিকাল, জোস্না চিনাপ্পা, অনাহত সিং আৰু তনভীক অভিনন্দন জ্ঞাপন কৰে।