The world and the enemies of the country have seen what happens when ‘Sindoor’ turns into ‘Barood’: PM Modi in Bikaner, Rajasthan

The world and the enemies of the country have seen what happens when ‘Sindoor’ turns into ‘Barood’: PM Modi in Bikaner, Rajasthan

May 22nd, 12:00 pm

PM Modi during his visit to Bikaner inaugurated and laid foundation stones for projects worth over Rs 26,000 crore, highlighting India’s infrastructure progress over 11 years. The PM condemned the terrorist attack on April 22 and said that in response to the attack, India struck back within 22 minutes, destroying nine major terrorist hideouts.

PM Modi launches development projects worth Rs 26,000 crore in Bikaner, Rajasthan

PM Modi launches development projects worth Rs 26,000 crore in Bikaner, Rajasthan

May 22nd, 11:30 am

PM Modi during his visit to Bikaner inaugurated and laid foundation stones for projects worth over Rs 26,000 crore, highlighting India’s infrastructure progress over 11 years. The PM condemned the terrorist attack on April 22 and said that in response to the attack, India struck back within 22 minutes, destroying nine major terrorist hideouts.

২২ মে'ত প্ৰধানমন্ত্ৰীৰ ৰাজস্থান ভ্ৰমণ

২২ মে'ত প্ৰধানমন্ত্ৰীৰ ৰাজস্থান ভ্ৰমণ

May 20th, 01:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ মে'ত ৰাজস্থান ভ্ৰমণ কৰিব। তেওঁ বিকানেৰলৈ যাব আৰু পুৱা প্ৰায় ১১ বজাত তেওঁ দেশন’কৰ কৰ্ণী মাতা মন্দিৰ দৰ্শন কৰিব।

চাকৰিৰ সুযোগ সৃষ্টিক উত্সাহিতকৰণ সম্পৰ্কীয় বাজেট-পৰৱৰ্তী ৱে’বিনাৰত ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 05th, 01:35 pm

এই গুৰুত্বপূৰ্ণ বাজেট ৱে’বিনাৰলৈ আপোনালোক সকলোকে আদৰণি আৰু শুভেচ্ছা জনাইছোঁ। জনসাধাৰণ, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ – এয়া এনে এটা বিষয় যি উন্নত ভাৰতৰ বাবে পথ-পৰিকল্পনা নিৰ্দ্ধাৰিত কৰিব। আপোনালোকে এই বছৰৰ বাজেটত ব্যপক পৰিমাপত ইয়াৰ প্ৰভাৱ দেখিব পাব। সেয়েহে, এইখন বাজেটে ভাৰতৰ ভৱিষ্যতৰ বাবে এক মূল আঁচনিৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি বিনিয়োগত আন্তঃগাঁথনি আৰু উদ্যোগসমূহক যিমান প্ৰাথমিকতা প্ৰদান কৰিছো সিমানেই আমি মানুহ, অৰ্থনীতি আৰু উদ্ভাৱনকো গুৰুত্ব দিছোঁ। আপোনালোক সকলোৱে জানে যে সামৰ্থ্য বৰ্দ্ধন আৰু প্ৰতিভাৰ প্ৰতিপালনে দেশৰ প্ৰগতিৰ আধাৰশিলা হিচাপে কাম কৰে। সেয়েহে, এতিয়া উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ত আমি এই ক্ষেত্ৰসমূহত অধিক বিনিয়োগ কৰিব লাগিব। ইয়াৰ বাবে সকলো অংশীদাৰ আগবাঢ়ি আহিব লাগিব। কাৰণ, দেশৰ অৰ্থনৈতিক সফলতাৰ বাবে এয়া হৈছে প্ৰয়োজনীয়। আৰু একে সময়তে, ই হৈছে প্ৰতিটো সংগঠনৰ সফলতাৰো আধাৰ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ সৃষ্টি বৃদ্ধি- জনতা, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে

March 05th, 01:30 pm

“জনতাত বিনিয়োগৰ দৃষ্টিভংগী তিনি স্তম্ভ আধাৰিত যথাঃ শিক্ষা, দক্ষতা আৰু স্বাস্থ্যসেৱা” বুলি উল্লেখেৰে ভাৰতৰ শিক্ষা ব্যৱস্থাত কেইবাটাও দশকৰ পাছত উল্লেখযোগ্য ৰূপান্তৰ ঘটিছে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, আইআইটিৰ সম্প্ৰসাৰণ, শিক্ষা ব্যৱস্থাত প্ৰযুক্তিক একত্ৰিতকৰণ আৰু এআইৰ সম্পূৰ্ণ সম্ভাৱনাৰ ব্যৱহাৰ আদি মূল পদক্ষেপসমূহত গুৰুত্ব আৰোপ কৰে। পাঠ্যপুথিৰ ডিজিটেলাইজেচন আৰু ২২ টা ভাৰতীয় ভাষাত শিক্ষণ সামগ্ৰীৰ উপলব্ধতাৰ দৰে প্ৰচেষ্টা গ্ৰহণ সম্পৰ্কে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই মিছন-ম’ডৰ প্ৰচেষ্টাসমূহে ভাৰতৰ শিক্ষা ব্যৱস্থাক একবিংশ শতিকাৰ বিশ্বৰ প্ৰয়োজনীয়তা আৰু পৰিমাপসমূহৰ সৈতে সংগতি ৰাখিবলৈ সক্ষম কৰিছে।”

স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তি উপলক্ষে অহা ২ অক্টোবৰত স্বচ্ছ ভাৰত দিৱস ২০২৪ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 30th, 08:59 pm

স্বচ্ছ ভাৰত অভিযানৰ অন্যতম প্ৰভাৱশালী স্বচ্ছ আন্দোলন স্বচ্ছ ভাৰত অভিযানৰ দশম বৰ্ষপূৰ্তি উদযাপনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫৫ সংখ্যক গান্ধী জয়ন্তীৰ দিনা স্বচ্ছ ভাৰত দিৱস ২০২৪ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অহা ২ অক্টোবৰৰ পুৱা প্ৰায় ১০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

৪৪ তম প্ৰগতি (PRAGATI) সন্মিলনত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

August 28th, 06:58 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সংযোগ কৰা সক্ৰিয় শাসন আৰু সময়োপযোগী ৰূপায়ণৰ বাবে আইচিটি ভিত্তিক বহুমুখী মঞ্চ PRAGATI ৰ ৪৪ সংখ্যক সন্মিলনৰ অধ্যক্ষতা কৰে। এয়া আছিল তেওঁৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন প্ৰগতি বৈঠক।

'নগৰ পৰিকল্পনা, উন্নয়ন আৰু অনাময় ব্যৱস্থা' সন্দৰ্ভত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

March 01st, 10:20 am

এইটো দুৰ্ভাগ্যজনক যে স্বাধীনতাৰ পিছত ইমান বছৰে আমাৰ দেশত কেৱল কেইখনমানহে পৰিকল্পিত চহৰ গঢ়ি উঠিছে। স্বাধীনতাৰ পিছত যোৱা ৭৫ বছৰত ৭৫ খন নতুন আৰু ডাঙৰ সুপৰিকল্পিত নগৰ গঢ়ি উঠা হ'লে, আজি ভাৰতৰ চেহেৰা সম্পূৰ্ণ বেলেগ হ'লহেঁতেন। কিন্তু এতিয়া একবিংশ শতিকাত, যিদৰে ভাৰতে দ্ৰুত গতিত বিকাশৰ পথত আগুৱাই গৈছে, আগন্তুক দিনত ভাৰতত অনেক সুপৰিকল্পিত নতুন চহৰ গঢ়ি তোলাতো অপৰিহাৰ্য হৈ পৰিব।

প্ৰধানমন্ত্ৰীয়ে বাজেট-পৰৱৰ্তী ৱেবিনাৰত ‘নগৰ পৰিকল্পনা, উন্নয়ন আৰু অনাময়’ বিষয়ক লৈ আলোচনা কৰে

March 01st, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'পৰিকল্পনাৰ ওপৰত গুৰুত্ব দি নগৰ উন্নয়ন' বিষয়ত বাজেটৰ পিছৰ ৱেবিনাৰক সম্বোধন কৰে। কেন্দ্ৰীয় বাজেট-২০২৩ত ঘোষণা কৰা পদক্ষেপবোৰৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২টা বাজেট-পৰৱৰ্তী ৱেবিনাৰৰ শৃংখলাৰ ভিতৰত ই ষষ্ঠ।

লক্ষ্ণৌত ‘আজাদী@৭৫’ সন্মিলন আৰু বাণিজ্য মেলা উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

October 05th, 10:31 am

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ, আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰীমান ৰাজনাথ সিং জী, শ্ৰী হৰদীপ সিং পুৰী জী, মহেন্দ্ৰ নাথ পাণ্ডে জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ মুখ্যমন্ত্ৰী শ্ৰী কেশৱপ্ৰসাদ মৌৰ্য জী, শ্ৰী বিনোদ শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰীমান কৌশল কিশোৰ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আদৰণীয় মন্ত্ৰীসকল, উপস্থিত মহানুভৱসকলৰ লগতে উত্তৰ প্ৰদেশৰ মোৰ প্ৰিয় ভাই-ভনীসকল!

PM inaugurates ‘Azadi@75 – New Urban India: Transforming Urban Landscape’ Conference-cum-Expo in Lucknow

October 05th, 10:30 am

PM Narendra Modi inaugurated ‘Azadi@75 – New Urban India: Transforming Urban Landscape’ Conference-cum-Expo in Lucknow. He digitally handed over house keys to 75,000 beneficiaries of Awas Yojana in 75 districts of Uttar Pradesh.

In the journey of Swachh Bharat & AMRUT Mission, there is dignity, ambition, unmatched love for the motherland: PM

October 01st, 11:01 am

PM Modi launched Swachh Bharat Mission-Urban 2.0 and Atal Mission for Rejuvenation and Urban Transformation 2.0. The PM said that in 2014, the countrymen took a pledge to make India open defecation free - ODF and they fulfilled this pledge with the construction of more than 10 crore toilets. Now the goal of 'Swachh Bharat Mission-Urban 2.0' is to make the cities Garbage-Free, completely free of garbage.

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ‘স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০’ আৰু ‘অম্ৰুত ২.০’

October 01st, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০’ আৰু ‘অটল মিছন ফৰ ৰিজুভিনেশ্যন এণ্ড আৰ্বান ট্ৰেন্সফৰমেশ্যন ২.০’, চমুকৈ ‘অম্ৰুত অভিযান’-ৰ দ্বিতীয় পৰ্বৰ শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, শ্ৰী প্ৰহ্লাদ সিং পেটেল, শ্ৰী কুশল কিশোৰ, শ্ৰী শ্ৰী বিশ্বেশ্ব টুডু, বহুকেইগৰাকী ৰাজ্যিক মন্ত্ৰী, চহৰাঞ্চলৰ নিকায়-নিগমৰ মেয়ৰ আৰু সভাপতিসকল উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীয়ে ০১ অক্টোবৰত স্বচ্ছ ভাৰত মিছন- চহৰীয়া ২.০ আৰু অমৃত ২.০ৰ শুভাৰম্ভ কৰিব

September 30th, 01:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক ঐতিহাসিক পদক্ষেপৰ জৰিয়তে ০১ অক্টোবৰ, ২০২১ৰ পুৱা ১১ বজাত ডাঃ আম্বেদকাৰ ইণ্টাৰনেচনেল চেণ্টাৰ, নতুন দিল্লীত স্বচ্ছ ভাৰত মিছন- চহৰীয়া ২.০ আৰু ইয়াৰ লগতে কায়াকল্প তথা চহৰীয়া সংশোধনৰ বাবে অটল মিছন ২.০ৰ শুভাৰম্ভ কৰিব।