ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্য ভ্ৰমণ সন্দৰ্ভত যুটীয়া বিবৃতি
December 16th, 03:56 pm
জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্যৰ মহামহিম ৰজা দ্বিতীয় আব্দুল্লাহ ইবনে আল হুছেইনৰ আমন্ত্ৰণক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫-১৬ ডিচেম্বৰ, ২০২৫ত জৰ্ডানৰ হাশ্বেমাইত সাম্ৰাজ্য ভ্ৰমণ কৰে।জৰ্দানৰ আম্মানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
February 09th, 06:50 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জৰ্দানৰ আম্মানত উপস্থিত হৈছে৷ প্ৰধানমন্ত্ৰীয়ে জৰ্দানৰ মহামান্য ৰজা আব্দুল্লা দ্বিতীয়ক সাক্ষাৎ কৰে৷