এণ্ডি জেছিৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
June 25th, 02:30 pm
নতুন দিল্লীত আজি এমাজনৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ডি জেচিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতত আমাজনৰ ৪৮ বিলিয়ন ডলাৰৰ অভিলেখ বিনিয়োগে ভাৰতত বিনিয়োগৰ বাবে সমগ্ৰ বিশ্বৰ বৰ্ধিত আগ্ৰহক প্ৰতিফলিত কৰে।প্ৰধানমন্ত্ৰীয়ে এমেজনৰ অধ্যক্ষ তথা চিইঅ’ এণ্ড্ৰিউ আৰ জেছিক সাক্ষাৎ কৰে
June 24th, 07:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ জুন, ২০২৩ত ৱাশ্বিংটন ডিচিত এমেজনৰ অধ্যক্ষ তথা চিইঅ'শ্ৰী এণ্ড্ৰিউ আৰ জেছিক সাক্ষাৎ কৰে।ডাভোচলৈ উৰা মৰাৰ আগতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা বিজ্ঞপ্তি
January 23rd, 05:02 pm
“মই ভাৰতৰ পৰম বন্ধু তথা বিশ্ব অৰ্থনৈতিক মঞ্চৰ প্ৰতিষ্ঠাতা অধ্যাপক ক্লাউছ স্কোৱাবৰ আমন্ত্ৰণ লাভ কৰাৰে পৰা ডাভোচত অনুষ্ঠিত হ’বলগীয়া বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাবে আগ্ৰহেৰে বাট চাইছিলো। এই মঞ্চৰ বিষয়বস্তু “ছিন্ন-ভিন্ন বিশ্বৰ বাবে এক উমৈহতীয়া ভৱিষ্যত” অতি তাৎপৰ্যপূৰ্ণ আৰু প্ৰাসঙ্গিক।Prime Minister's Keynote Speech at 41st AGM of US India Business Council (USIBC)
June 08th, 05:39 am
A larger Indian economy has multiple benefits for the world: PM Modi
June 08th, 05:38 am