পবিত্ৰ শ্ৰী অমৰনাথ যাত্ৰাৰ আৰম্ভণিত ভগৱান শিৱৰ সকলো ভক্তক শুভেচ্ছা জনাই সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
July 03rd, 03:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পৰা পবিত্ৰ শ্ৰী অমৰনাথ যাত্ৰা আৰম্ভ হোৱা উপলক্ষে ভগৱান শিৱৰ সকলো ভক্তক শুভেচ্ছা জনাই এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰেঃপবিত্ৰ তীৰ্থযাত্ৰাক পাঁচটা সংকল্পৰ সৈতে সংযোগ কৰি প্ৰধানমন্ত্ৰীয়ে অমৰনাথ তীৰ্থযাত্ৰীসকলক উদ্দেশ্যি লিখিছে পত্ৰ
July 03rd, 03:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্ষিক অমৰনাথ যাত্ৰা কৰা ভক্তসকলক শুভেচ্ছা জনাইছে আৰু আশা প্ৰকাশ কৰিছে যে তেওঁলোকৰ তীৰ্থযাত্ৰা সকলো দিশতে নিৰাপদ আৰু শুভ হওঁক। ‘বাবা বৰফানীৰ দৰ্শনৰ সৈতে জড়িত অমৰনাথ যাত্ৰা আমাৰ আধ্যাত্মিক পৰম্পৰা আৰু সাংস্কৃতিক ঐক্যৰ এক চিৰন্তন অধ্যায়’, শ্ৰী মোদীয়ে কয়।