উত্তৰাখণ্ডৰ আলমোৰা জিলাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
December 30th, 12:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ আলমোৰা জিলাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰিছে।আলমোৰাৰ পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা
November 04th, 01:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ আলমোৰাত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু হোৱা লোকসকলৰ পৰিয়াল আৰু আত্মীয়ৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। @PMOIndiaই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এক বিবৃতিত প্ৰধানমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে দুৰ্ঘটনাটোত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰে।