প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত পুৰুষৰ ১৫০০ মিটাৰৰ ফাইনেলত অজয় কুমাৰ সৰোজৰ ৰূপৰ পদক অৰ্জনত আনন্দ প্ৰকাশ কৰে

October 01st, 10:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত ‘এছিয়ান গে’মছ ২০২২’ত পুৰুষৰ ১৫০০ মিটাৰৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে অজয় কুমাৰ সৰোজক অভিনন্দন জ্ঞাপন কৰে।