আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত সফল নাৰীৰ নামত উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ সমূহ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

March 08th, 11:26 am

নাৰী শক্তি আৰু তেওঁলোকৰ সাফল্যৰ প্ৰতি এক কৃতজ্ঞতা জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা মহিলাসকলৰ হাতত তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ অৰ্পণ কৰে।