প্ৰধানমন্ত্ৰীয়ে পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩পি ইভেণ্টত ৰূপৰ পদক জয় কৰাত ঐশ্বৰ্য প্ৰতাপ সিংহক অভিনন্দন জনায়

September 29th, 07:52 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বুটাৰ ঐশ্বৰ্য প্ৰতাপ সিংহৰ দ্বাৰা এছিয়ান গেমছত পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩পি ইভেণ্টত ৰূপৰ পদক জয় কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে।