বায়ু সেনা দিৱসত বায়ু সেনা আৰু তেওঁলোকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
October 08th, 09:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বায়ু সেনা দিৱসত সাহসী বায়ু সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জনাইছে।সাহসী বায়ুযোদ্ধা আৰু জোৱানসকলক সাক্ষাৎ কৰিবলৈ এ এফ এছ আদমপুৰ ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
May 13th, 01:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমাৰ সাহসী বায়ুযোদ্ধা আৰু জোৱানসকলক সাক্ষাৎ কৰিবলৈ এ এফ এছ আদমপুৰ ভ্ৰমণ কৰে। শ্ৰী মোদীয়ে কয়, সাহস, সংকল্প আৰু নিৰ্ভীকতাৰ প্ৰকৃত দৃষ্টান্ত দেখুওৱাসকলৰ সৈতে থকাটো আছিল এটা অতি বিশেষ অভিজ্ঞতা।