আহমেদাবাদ পুষ্প প্ৰদৰ্শনীক সৃষ্টিশীলতা, বহনক্ষমতা আৰু সামূহিক উদ্যমৰ উদযাপন বুলি প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
January 02nd, 03:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সৃষ্টিশীলতা, বহনক্ষমতা আৰু সামূহিক অংশগ্ৰহণক একত্ৰিত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাৰ বাবে আহমেদাবাদ পুষ্প প্ৰদৰ্শনীক প্ৰশংসা কৰিছে। এই অনুষ্ঠানটোৱে চহৰখনৰ উজ্জীৱিত মনোভাৱ আৰু প্ৰকৃতিৰ প্ৰতি থকা প্ৰেম সুন্দৰভাৱে দাঙি ধৰিছে।