Yoga is the best way to maintain a healthy lifestyle with minimal expense: PM Modi at World Yogasana Championship in Ahmedabad
June 04th, 06:41 pm
PM Modi inaugurated the first World Yogasana Championship in Ahmedabad, calling yoga India’s timeless gift to humanity and expressing confidence that Yogasana will gain recognition as a competitive sport in global multi-sport events, including the Olympics. Highlighting yoga’s role in health, wellness and healthy ageing, he urged participants to become ambassadors of the ‘Yoga 365’ campaign and spread yoga’s message worldwide.Prime Minister Inaugurates First World Yogasana Championship In Ahmedabad, Gujarat
June 04th, 06:40 pm
PM Modi inaugurated the first World Yogasana Championship in Ahmedabad, calling yoga India’s timeless gift to humanity and expressing confidence that Yogasana will gain recognition as a competitive sport in global multi-sport events, including the Olympics. Highlighting yoga’s role in health, wellness and healthy ageing, he urged participants to become ambassadors of the ‘Yoga 365’ campaign and spread yoga’s message worldwide.Cabinet approves one new project covering Ahmedabad District in the state of Gujarat, increasing the existing network of Indian Railways by about 134 Kms
May 13th, 03:34 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi, has approved the Ahmedabad–Dholera Semi High-Speed Double Line railway project in Gujarat at an estimated cost of ₹20,667 crore. India’s first semi high-speed rail project, developed with indigenous technology, aims to improve connectivity between Ahmedabad, Dholera SIR, the upcoming Dholera Airport and the Lothal National Maritime Heritage Complex while enhancing mobility, logistics efficiency and regional development across the state.৩১ মাৰ্চত প্ৰধানমন্ত্ৰীৰ গুজৰাট ভ্ৰমণ
March 30th, 11:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬চনৰ ৩১ মাৰ্চত গুজৰাট ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০বজাত প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত সম্ৰাট সম্প্ৰতি সংগ্ৰহালয় উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব। প্ৰায় ১বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদৰ সানন্দত কেইন্স ছেমিকন প্ৰকল্প উদ্বোধন কৰিব আৰু লগতে এখন ৰাজহুৱা সমাৱেশকো সম্বোধন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে ভাভ-থাৰাডলৈ যাত্ৰা কৰিব য’ত সন্ধিয়া প্ৰায় ৪বজাত তেওঁ ২০,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।গুজৰাট মেট্ৰ’ ৰে’ল কৰ্পোৰেচন লিমিটেডৰ (জি এম আৰ চি) গিফ্ট চিটিৰ পৰা শ্বাহপুৰলৈ বৰ্তমানৰ উত্তৰ-দক্ষিণ কৰিডৰৰ সম্প্ৰসাৰণত কেবিনেটৰ অনুমোদন
February 24th, 03:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি গিফ্ট চিটিৰ পৰা শ্বাহপুৰলৈ সম্প্ৰসাৰণৰ বাবে অনুমোদন জনাইছে, যাৰ দৈৰ্ঘ্য হ’ব ৩.৩৩ কিলোমিটাৰ আৰু ইয়াত তিনিটা এলিভেটেড ষ্টেচন অন্তৰ্ভুক্ত থাকিব। প্ৰায় চাৰি বছৰৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পৰিকল্পনা কৰা হৈছে।প্ৰধানমন্ত্ৰী মোদী আৰু জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিখ মেৰ্জে আহমেদাবাদত আন্তঃৰাষ্ট্ৰীয় চিলা উৎসৱ পৰিদৰ্শন কৰে
January 12th, 02:42 pm
প্ৰধানমন্ত্ৰী মোদী আৰু জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিখ মেৰ্জে আহমেদাবাদৰ সবৰমতী নদীৰ পাৰত আয়োজিত ৰঙীন আৰু স্পন্দনশীল আন্তঃৰাষ্ট্ৰীয় চিলা উৎসৱত অংশগ্ৰহণ কৰে। প্ৰদৰ্শনীস্থলীত থকা পতাকাখনত অপাৰেশ্যন সিন্দূৰ, ভগৱান হনুমান, ত্ৰিৰংগাৰ আৰু বহুতো ছবি অংকন কৰা আছিল। চেঞ্চেলৰ মাৰ্জে আকাশত চিলা উৰুৱাৰ চেষ্টা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে।আহমেদাবাদত অনুষ্ঠিত ভাৰত-জাৰ্মানী চিইঅ’ ফ’ৰামত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
January 12th, 01:35 pm
মই ভাৰত-জাৰ্মানী চিইঅ’ ফ’ৰামত অংশগ্ৰহণ কৰি পৰম সন্তোষ পাইছো। এই বৈঠক অতিশয় গুৰুত্বপূৰ্ণ সময়ত অনুষ্ঠিত হৈছে। কিয়নো আমি ভাৰত-জাৰ্মানীৰ সম্পৰ্কৰ মহাৰজত জয়ন্তী আৰু ভাৰত-জাৰ্মানীৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপালী জয়ন্তী উদযাপন কৰিছো। অৰ্থাৎ আমাৰ সম্পৰ্কত প্লেটিনামৰ স্থায়িত্ব আৰু ৰূপৰ জিলিকনি বিৰাজমান।জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰিড্ৰিখ মাৰ্জৰ সৈতে যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ মূল পাঠ
January 12th, 12:49 pm
স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে আজি ভাৰতলৈ চেঞ্চেলৰ মাৰ্জক স্বাগতম জনাই মই অতি আনন্দিত হৈছো। এইটো এটা আনন্দদায়ক কাকতালীয় ঘটনা যে স্বামী বিবেকানন্দই ভাৰত আৰু জাৰ্মানীৰ মাজত দৰ্শন, জ্ঞান আৰু আত্মাৰ এক সেতুৰ সৃষ্টি কৰিছিল। আজি, চেঞ্চেলৰ মাৰ্জৰ এই ভ্ৰমণে একেখন সাঁকোকে নতুন শক্তি, নতুন আত্মবিশ্বাস আৰু নতুন সম্প্ৰসাৰণ প্ৰদান কৰিছে। এয়া চেঞ্চেলৰ হিচাপে তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ নহয়, এছিয়া ভ্ৰমণ। এয়া ভাৰতৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা গুৰুত্বৰ দৃঢ় প্ৰমাণ। তেওঁৰ ব্যক্তিগত মনোযোগ আৰু দায়বদ্ধতাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। ভাৰত জাৰ্মানীৰ সৈতে ইয়াৰ বন্ধুত্ব আৰু অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। গুজৰাটত আমি কওঁ-'আৱকৰো মিঠা আপজে ৰে’, অৰ্থাৎ মৰম আৰু মৰমৰ সৈতে স্বাগতম জনাবলৈ। এই মনোভাৱেৰে আমি ভাৰতলৈ চেঞ্চেলৰ মাৰ্জক উষ্ম আদৰণি জনাইছো।১২ জানুৱাৰীত আহমেদাবাদত জাৰ্মান চেঞ্চেলৰ মাৰ্জক সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 09th, 12:05 pm
প্ৰধানমন্ত্ৰীয়ে ১২ জানুৱাৰীত আহমেদাবাদত জাৰ্মানীৰ ফেডাৰেল চেঞ্চেলৰ ফ্ৰিড্ৰিখ মাৰ্জক সাক্ষাৎ কৰিব।১০-১২ জানুৱাৰীত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 09th, 12:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০-১২ জানুৱাৰীত গুজৰাট ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ১০ জানুৱাৰীৰ সন্ধিয়া সোমনাথত উপস্থিত হ’ব আৰু প্ৰায় ৮ বজাত প্ৰধানমন্ত্ৰীয়ে ওমকাৰ মন্ত্ৰ জপত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত তেওঁ সোমনাথ মন্দিৰত ড্ৰোন শ্ব’ চাব।আহমেদাবাদ পুষ্প প্ৰদৰ্শনীক সৃষ্টিশীলতা, বহনক্ষমতা আৰু সামূহিক উদ্যমৰ উদযাপন বুলি প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
January 02nd, 03:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সৃষ্টিশীলতা, বহনক্ষমতা আৰু সামূহিক অংশগ্ৰহণক একত্ৰিত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাৰ বাবে আহমেদাবাদ পুষ্প প্ৰদৰ্শনীক প্ৰশংসা কৰিছে। এই অনুষ্ঠানটোৱে চহৰখনৰ উজ্জীৱিত মনোভাৱ আৰু প্ৰকৃতিৰ প্ৰতি থকা প্ৰেম সুন্দৰভাৱে দাঙি ধৰিছে।Today, Sansad Khel Mahotsav has truly become a people’s movement: PM Modi
December 25th, 05:30 pm
PM Modi addressed the Sansad Khel Mahotsav via video conferencing and interacted with young athletes from across the country. Calling the initiative a people’s movement, he said the scale of participation reflects the growing sporting culture in India.Our country is full of talent in every village and town: PM Modi
December 25th, 11:10 am
PM Modi interacted with young sportspersons from across the country during the Sansad Khel Mahotsav, listening to their journeys, aspirations and experiences. Encouraging them to balance sports with education, he lauded their discipline, dedication and confidence. The PM reaffirmed the government’s commitment to nurturing grassroots sporting talent and building a strong sporting ecosystem in India.PM Modi addressed the Sansad Khel Mahotsav via video conferencing
December 25th, 11:09 am
PM Modi addressed the Sansad Khel Mahotsav via video conferencing and interacted with young athletes from across the country. Calling the initiative a people’s movement, he said the scale of participation reflects the growing sporting culture in India.গুজৰাটৰ আহমেদাবাদত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
August 25th, 06:42 pm
আজি আপোনালোক সকলোৱে এটা পৰিৱেশৰ সৃষ্টি কৰিছে। বহু সময়ত মই ভাবোঁ যে কি সৌভাগ্য, এই লাখ লাখ মানুহৰ মৰম আৰু তেওঁলোকৰ আশীৰ্বাদ, মই আপোনালোক সকলোকে যিমানেই ধন্যবাদ নকৰোঁ কিয়, সিমানেই কম। চাওক, সেইফালে সৰু নৰেন্দ্ৰ এজন থিয় হৈছে।গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকাৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 25th, 06:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশৰ উন্নয়নৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশ বৰ্তমান গণেসোৎসৱৰ আনন্দত নিমগ্ন হৈ আছে। তেওঁ এই বিষয়ত আলোকপাত কৰে যে গণপতি বাপ্পাৰ আশীৰ্বাদত আজি গুজৰাটৰ অগ্ৰগতিৰ সৈতে জড়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ আৰম্ভণি কৰা হৈছে। তেওঁ ৰাইজৰ চৰণত একাধিক প্ৰকল্প উচৰ্গা কৰাৰ সৌভাগ্য লাভ কৰা বুলি উল্লেখ কৰি এই উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে সকলো নাগৰিককে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।আহমেদাবাদৰ কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 24th, 10:39 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল, গুজৰাট চৰকাৰৰ মন্ত্ৰীবৰ্গ, ইয়াত উপৱিস্ত সাংসদ, বিধায়ক, চৰ্দাৰধামৰ মুৰব্বী শ্ৰী গগজী ভাই, ন্যাসৰক্ষী ভি. পেটেল, দিলীপভাই, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল, বিশেষকৈ মোৰ মৰমৰ কন্যাসকল।আহমেদাবাদৰ কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ
August 24th, 10:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে গুজৰাটৰ আহমেদাবাদত কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দিয়ে। তেওঁ চৰ্দাৰধাম নামটোক ইয়াৰ প্ৰতিনিধিত্ব কৰা কামৰ দৰেই পবিত্ৰ বুলি অভিহিত কৰাৰ লগতে কন্যাৰ সেৱা আৰু শিক্ষাৰ বাবে বিশেষভাৱে উৎসৰ্গিত ছাত্ৰীনিবাসৰ উদ্বোধনী অনুষ্ঠানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ছাত্ৰীনিবাসত থকা ছাত্ৰীসকলে দুচকুত ডাঙৰ ডাঙৰ সপোন আৰু আকাংক্ষা কঢ়ুিয়াব, আৰু সেইবোৰক বাস্তৱায়িত কৰাৰ বাবে তেওঁলোকক যথেষ্ট সুযোগ প্ৰদান কৰা হ’ব। এই ছাত্ৰীসকলে এবাৰ আত্মনিৰ্ভৰশীল আৰু সক্ষম হ’লেই তেওঁলোকে কেৱল জাতি গঠনত অৰিহণা যোগোৱাই নহয়, পৰিয়ালকো সবলীকৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে এই পদক্ষেপৰ দ্বাৰা উপকৃত হোৱা সকলো কন্যা সন্তানৰ লগতে তেওঁলোকৰ পৰিয়াললৈও উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।২৫–২৬ আগষ্টত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
August 24th, 01:08 pm
২৫ - ২৬ আগষ্টত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ অহা ২৫ আগষ্টৰ সন্ধিয়া প্ৰায় ৬ বজাত আহমেদাবাদৰ খোদালধাম খেলপথাৰত ৫৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশলৈ উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষ্যে আয়োজিত ৰাজহুৱা অনুষ্ঠানতো ভাষণ আগবঢ়াব।গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
July 24th, 04:20 pm
প্ৰথমে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক তেওঁৰ উষ্ম আদৰণিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আজি আমাৰ সম্পৰ্কৰ এক ঐতিহাসিক দিন। বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত আজি দুয়োখন দেশৰ মাজত সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি সম্পাদিত হোৱাত মই সুখী অনুভৱ কৰিছোঁ।