মহাৰাষ্ট্ৰত বিঅ’টি (টোল) মোডত ১৯,১৪২ কোটি টকাৰ ৩৭৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পৰ সৈতে ৬ লেনযুক্ত গ্ৰীণফিল্ড প্ৰৱেশ-নিয়ন্ত্ৰিত নাছিক-চোলাপুৰ-আক্কালকোট কৰিডৰ নিৰ্মাণত কেবিনেটৰ অনুমোদন

December 31st, 03:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি মুঠ মূলধন ব্যয় ১৯,১৪২ কোটি টকাৰে মহাৰাষ্ট্ৰত বিঅ’টি (টোল) মোডত ৩৭৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬ লেনযুক্ত গ্ৰীণফিল্ড প্ৰৱেশ-নিয়ন্ত্ৰিত নাছিক-চোলাপুৰ-আক্কালকোট কৰিড’ৰ নিৰ্মাণত অনুমোদন জনাইছে। এই প্ৰকল্পটোৱে মানচিত্ৰত উল্লেখ কৰা অনুসৰি নাছিক, অহিল্যানগৰ, চোলাপুৰৰ দৰে গুৰুত্বপূৰ্ণ আঞ্চলিক চহৰসমূহক কুৰ্ণুলৰ সৈতে সংযোগ কৰিব। এই আন্তঃগাঁথনি প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন নীতিৰ অধীনত সংহত পৰিবহণ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

Cabinet approves establishment of International Potato Centre (CIP)’s South Asia Regional Centre at Singna, Agra, Uttar Pradesh

June 25th, 03:18 pm

The Union Cabinet chaired by PM Modi has approved to establish International Potato Centre (CIP)’s South Asia Regional Centre (CSARC) at Agra, Uttar Pradesh. This will untap and explore the huge potential in Potato sector and generate employment opportunities in production sector, processing sector, packaging, transportation, marketing, value chain, etc.

প্ৰধানমন্ত্ৰীয়ে অহা ২০ অক্টোবৰত বাৰাণসী ভ্ৰমণ কৰিব

October 19th, 05:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ অক্টোবৰত বাৰাণসী ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ২ বজাত তেওঁ আৰ জে শংকৰ চকু চিকিৎসালয় উদ্বোধন কৰিব। ইয়াৰ পিছত, বিয়লি প্ৰায় ৪:১৫ বজাত তেওঁ বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

Cabinet approves 8 National High-Speed Road Corridor Projects at a total capital cost of Rs. 50,655 crore

August 02nd, 08:42 pm

The Cabinet Committee on Economic Affairs chaired by the Prime Minister Shri Narendra Modi has approved the development of 8 important National High Speed Corridor projects with a Length of 936 km at a cost of Rs. 50,655 crore across the country. Implementation of these 8 projects will generate an estimated 4.42 crore mandays of direct and indirect employment.

We are ending 'Tushtikaran' and working for 'Santushtikaran': PM Modi in Agra

April 25th, 12:59 pm

In anticipation of the 2024 Lok Sabha Elections, Prime Minister Narendra Modi delivered a stirring address to a massive crowd in Agra, Uttar Pradesh. Amidst an outpouring of affection and respect, PM Modi unveiled a transparent vision for a Viksit Uttar Pradesh and a Viksit Bharat. The PM exposed the harsh realities of the Opposition’s trickery and their “loot system”.

PM Modi captivates massive audiences at vibrant public gatherings in Agra, Aonla & Shahjahanpur, Uttar Pradesh

April 25th, 12:45 pm

In anticipation of the 2024 Lok Sabha Elections, Prime Minister Narendra Modi delivered stirring addresses to massive crowds in Agra, Aonla and Shahjahanpur in Uttar Pradesh. Amidst an outpouring of affection and respect, PM Modi unveiled a transparent vision for a Viksit Uttar Pradesh and a Viksit Bharat. The PM exposed the harsh realities of the Opposition’s trickery and their “loot system”.

বিকশিত ভাৰত বিকশিত ৰাজস্থান অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 16th, 11:30 am

উন্নত ভাৰত-উন্নত ৰাজস্থান, ৰাজস্থানৰ প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা লাখ লাখ বন্ধু বৰ্তমান এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত জড়িত হৈ আছে। আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু লগতে মুখ্যমন্ত্ৰীক অভিনন্দন জনাইছো যে তেওঁ মোক প্ৰযুক্তিৰ ইমান উৎকৃষ্ট ব্যৱহাৰ কৰি জনসাধাৰণৰ মাজলৈ যোৱাৰ সুযোগ দিছে। কেইদিনমান পূৰ্বে জয়পুৰত আপুনি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক যিদৰে আদৰণি জনাইছিল, সেই আদৰণি কেৱল ভাৰততে নহয়, ফ্ৰান্সতো প্ৰতিধ্বনিত হৈছে। আৰু এইটোৱেই ৰাজস্থানৰ মানুহৰ বিশেষত্ব। আমাৰ ৰাজস্থানৰ ভাই-ভনীসকলে এনেদৰে তেওঁক মৰমেৰে ওপচাই পেলালে যে এই ক্ষেত্ৰত কোনো ৰখা নাই৷ মনত আছে, বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজস্থানলৈ আহিছিলোঁ, কেনেকৈ আপোনালোকে আমাক আশীৰ্বাদ দিবলৈ লৰালৰি কৰিছিল। আপোনালোক সকলোৱে মোদীৰ গেৰাণ্টিত বিশ্বাস কৰিছিল, আপোনালোক সকলোৱে ডাবল ইঞ্জিন চৰকাৰ গঠন কৰিছিল। আৰু বুজি পাইছে, কিদৰে ৰাজস্থানৰ ডাবল ইঞ্জিন চৰকাৰখনে কিমান বেগেৰে কাম আৰম্ভ কৰিছে। আজি ৰাজস্থানৰ উন্নয়নৰ বাবে প্ৰায় ১৭ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ ৰে’ল, পথ, সৌৰশক্তি, পানী আৰু এলপিজিৰ দৰে উন্নয়নমূলক কাৰ্যসূচীৰ সৈতে জড়িত। এই প্ৰকল্পসমূহে ৰাজস্থানৰ হাজাৰ হাজাৰ যুৱক-যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰিবলৈ গৈ আছে। এই প্ৰকল্পসমূহৰ বাবে ৰাজস্থানৰ পৰা মোৰ সকলো সহকৰ্মীক অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত, বিকশিত ৰাজস্থান’ কাৰ্য্যসূচী সম্বোধন কৰে

February 16th, 11:07 am

প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত, বিকশিত ৰাজস্থান’ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৭,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰউদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে পথ, ৰেলৱে, সৌৰশক্তি, শক্তি পৰিবহণ, খোৱাপানী তথা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছকে প্ৰমুখ্য কৰি একাধিক গুৰুত্বপূৰ্ণ খণ্ডক সামৰি লয়।

মথুৰাত সন্ত মীৰাবাঈৰ ৫২৫ সংখ্যক জয়ন্তীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 23rd, 07:00 pm

প্ৰথমতে, ৰাজস্থানত নিৰ্বাচনী সভাত ব্যস্ত হৈ থকাৰ বাবে ইয়ালৈ অহাত পলম হোৱাৰ পৰিপ্ৰেক্ষিতত ক্ষমা বিচাৰিছো। তাৰ পৰাই পোনে-পোনে আহিছোঁ এই ভক্তিময় পৰিবেশলৈ। মোৰ ব্ৰজধামলৈ অহাৰ সৌভাগ্য হৈছে, আজি ব্ৰজধামবাসীক লগ পাইছো, এইখনেই সেই ভূমি য’ত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ আশীৰ্বাদ থাকিলেহে ভ্ৰমণ কৰিব পাৰি। এয়া কোনো সাধাৰণ ভূমি নহয়। ব্ৰজধাম হৈছে সেই ঠাই, যাৰ সত্তাক বিশ্বজুৰি পূজা কৰা হয়। ব্ৰজৰ প্ৰতিটো উপাদানতে ৰাধা ৰাণীয়ে বাস কৰে আৰু ইয়াত প্ৰতিটো উপাদান কৃষ্ণময়। কেৱল মথুৰা আৰু ব্ৰজধাম ভ্ৰমণৰ সুফল বিশ্বৰ সকলো তীৰ্থযাত্ৰাৰ লাভতকৈ বেছি। আজি পুনৰবাৰ ব্ৰজ ৰাস মহোৎসৱ আৰু সন্ত মীৰা বাঈ জীৰ ৫২৫ সংখ্যক জয়ন্তী উদযাপনৰ বাবে ব্ৰজত আপোনালোকৰ মাজত থকাৰ সুযোগ পাইছো। ব্ৰজৰ ঐশ্বৰিক ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰাণীক সম্পূৰ্ণ সমৰ্পণেৰে প্ৰণাম জনাইছো। লগতে মীৰা বাঈ জীৰ চৰণত আৰু ব্ৰজৰ সকলো সাধুক শ্ৰদ্ধাৰে সোঁৱৰিছো। সাংসদ হেমা মালিনী জীকো শুভেচ্ছা জনাইছো।

উত্তৰ প্ৰদেশৰ মথুৰাত সন্ত মীৰাবাই জন্মোৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

November 23rd, 06:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মথুৰাত সন্ত মীৰাবাইৰ ৫২৫সংখ্যক জয়ন্তী উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সন্ত মীৰাবাইৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী মোদীয়ে স্মাৰক ডাকটিকট আৰু মুদ্ৰা উন্মোচন কৰে। তেওঁ এখন প্ৰদৰ্শনীৰ পৰিদৰ্শন কৰাৰ লগতে আৰু সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে। ইয়াৰ জৰিয়তে সন্ত মীৰাবাইৰ স্মৃতিত বৰ্ষজোৰা কাৰ্যসূচী আৰম্ভ কৰা হয়।

For BJP, entire Uttar Pradesh is a family: PM Modi

February 06th, 01:31 pm

Prime Minister Narendra Modi today addressed a virtual Jan Chaupal in Uttar Pradesh's Mathura, Agra & Bulandshahr. PM Modi expressed grief and paid tributes to legendary singer Lata Mangeshkar and said the veteran singer left a void in our nation that can never be filled.

PM Modi addresses a virtual rally in Uttar Pradesh's Mathura, Agra & Bulandshahr

February 06th, 01:30 pm

Prime Minister Narendra Modi today addressed a virtual Jan Chaupal in Uttar Pradesh's Mathura, Agra & Bulandshahr. PM Modi expressed grief and paid tributes to legendary singer Lata Mangeshkar and said the veteran singer left a void in our nation that can never be filled.

আলীগড়ত ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

September 14th, 12:01 pm

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেলজী, উত্তৰ প্ৰদেশৰ সফল আৰু ক্ষীপ্ৰতৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, উপ মুখ্যমন্ত্ৰী দিনেশ শৰ্মাজী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, অন্যান্য সাংসদ, বিধায়ক আৰু আলিগড়ৰ মোৰ মৰমৰ ভাই-ভনীসকল,

PM lays the foundation stone of Raja Mahendra Pratap Singh State University in Aligarh

September 14th, 11:45 am

Prime Minister Narendra Modi laid the foundation stone of Raja Mahendra Pratap Singh State University in Aligarh. Paying rich tribute to Raja Mahendra Pratap Singh ji said, the life of Raja Mahendra Pratap Singh ji, teaches us the indomitable will and a willingness to go to any extent to fulfill our dreams.

কাইলৈ আলিগড়ত ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব প্রধানমন্ত্রীয়ে

September 13th, 11:20 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ (১৪ ছেপ্টেম্বৰ) দুপুৰ ১২টা নগদ উত্তৰ প্রদেশৰ আলিগড়ত ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভাষণ আগবঢ়াব৷ ইয়াৰপাছত তেওঁ উত্তৰ প্রদেশ প্রতিৰক্ষা উদ্যোগ কৰিড’ৰৰ আলিগড় নোড আৰু ৰাজা মহেন্দ্র প্রতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আদৰ্শ প্রদর্শনী পৰিদৰ্শন কৰিব৷

PM to inaugurate construction work of Agra Metro project on 7th December

December 05th, 05:33 pm

PM Narendra Modi will inaugurate the construction of Agra Metro Project on 7th December, 2020. The Agra Metro project comprises 2 corridors with a total length of 29.4 km and connects major tourist attractions. The project will benefit 26 lakh population of the city of Agra and will also cater to more than 60 lakh tourists who visit Agra every year.

আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত হোৱা দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুওৱাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

February 13th, 03:40 pm

আজি আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত হোৱা ভয়াবহ দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুওৱাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

10% reservation for the general category poor is a step in the right direction: PM Modi in Agra

January 09th, 02:21 pm

In Agra today, PM Modi launched civic projects worth Rs 2,980 crore. He launched the Gangajal project to provide better and more assured water supply and also laid the foundation stone for an Integrated Command and Control Centre for the Agra Smart City project.

আগ্ৰাত উন্নত আৰু নিশ্চিত খোৱা পানী যোগানৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰি গংগাজল প্ৰকল্

January 09th, 02:21 pm

আগ্ৰাৰ বিকাশ আৰু পৰ্যটন আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগ্ৰা চহৰ তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহক সামৰি ২৯০০ কোটি টকাৰ এলানি উন্নয়নমূলক প্ৰকল্প মুকলি কৰিছে৷

কাইলৈ প্ৰধানমন্ত্ৰীৰ আগ্ৰা ভ্ৰমণ আৰু ২,৯৮০ কোটি টকাৰ বিভিন্ন প্ৰকল্প মুকলিৰ ঘোষণা

January 08th, 06:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ৯ জানুৱাৰী ২০১৯ তাৰিখে উত্তৰ প্ৰদেশৰ আগ্ৰা ভ্ৰমণ কৰিব৷ তাত তেওঁ গংগাজল প্ৰকল্প আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব৷ তাৰোপৰি তেওঁ আগ্ৰা স্মাৰ্ট চিটীৰ বাবে ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰ, এছ এন চিকিত্সা মহাবিদ্যালয়ৰ উন্নীতকৰণ ইত্যাদিৰ আধাৰশিলাও স্থাপন কৰিব৷