The best days of India–Namibia relations are ahead of us: PM Modi in the parliament of Namibia
July 09th, 08:14 pm
PM Modi addressed the Parliament of Namibia and expressed gratitude to the people of Namibia for conferring upon him their highest national honour. Recalling the historic ties and shared struggle for freedom between the two nations, he paid tribute to Dr. Sam Nujoma, the founding father of Namibia. He also called for enhanced people-to-people exchanges between the two countries.Prime Minister addresses the Namibian Parliament
July 09th, 08:00 pm
PM Modi addressed the Parliament of Namibia and expressed gratitude to the people of Namibia for conferring upon him their highest national honour. Recalling the historic ties and shared struggle for freedom between the two nations, he paid tribute to Dr. Sam Nujoma, the founding father of Namibia. He also called for enhanced people-to-people exchanges between the two countries.India remains a committed partner in Africa’s development journey: PM Modi in Parliament of Ghana
July 03rd, 03:45 pm
PM Modi, while addressing Ghana’s Parliament, praised its democratic values and deep-rooted resilience. He celebrated the India-Ghana friendship, called for inclusive global reforms, and reaffirmed India’s commitment to climate action and “Humanity First” through shared global initiatives.Prime Minister, Shri Narendra Modi addresses the Parliament of Ghana
July 03rd, 03:40 pm
PM Modi, while addressing Ghana’s Parliament, praised its democratic values and deep-rooted resilience. He celebrated the India-Ghana friendship, called for inclusive global reforms, and reaffirmed India’s commitment to climate action and “Humanity First” through shared global initiatives.ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয় সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
July 03rd, 12:32 am
তিনি দশকৰ দীঘলীয়া ব্যৱধানৰ অন্তত ভাৰতৰ এজন প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিছে।ঘানা, ত্ৰিনিদাদ আৰু টোবাগো, আৰ্জেন্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি
July 02nd, 07:34 am
মই ৰাষ্ট্ৰপতি মহামহিম জন ড্ৰামানী মহামাৰ নিমন্ত্ৰণমৰ্মে ২-৩ জুলাইত ঘানা ভ্ৰমণ কৰিম। ঘানা হৈছে গ্ল’বেল চাউথৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ আৰু দেশখনে আফ্ৰিকান ইউনিয়ন আৰু পশ্চিম আফ্ৰিকাৰ দেশসমূহৰ অৰ্থনৈতিক সমাজত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আমাৰ ঐতিহাসিক সম্পৰ্কক অধিক গভীৰ কৰি তোলা আৰু বিনিয়োগ, শক্তি, স্বাস্থ্য, নিৰাপত্তা, সামৰ্থ্য গঠন তথা উন্নয়ন অংশীদাৰিত্বকে প্ৰমুখ্য কৰি সহযোগিতাৰ নতুন পথ মুকলিৰ লক্ষ্যৰে আলোচনাৰ বাবে মই আগ্ৰহী হৈ উঠিছোঁ। ঘানাৰ সংসদত ভাষণ প্ৰদান কাৰ্য্য সন্মানৰ কথা হ’ব।প্ৰধানমন্ত্ৰীৰ ঘানা, ট্ৰিনিদাদ আৰু ট'বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল তথা নামিবিয়া ভ্ৰমণ (২ৰ পৰা ৯জুলাইলৈ)
June 27th, 10:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ০২-০৩ জুলাইত ঘানা ভ্ৰমণ কৰিব।এয়া হ’ব প্ৰধানমন্ত্ৰীৰ প্ৰথম ঘানা ভ্ৰমণ। তিনি দশকৰ অন্তত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ঘানালৈ ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হ'ব আৰু দুয়ো খন দেশৰ মাজত শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ বিষয়ে পৰ্যালোচনা কৰিব । বৈঠকত অৰ্থনৈতিক, শক্তি, আৰু প্ৰতিৰক্ষা সহযোগিতা, আৰু উন্নয়ন সহযোগিতা অংশীদাৰিত্বৰ জৰিয়তে দুয়ো খন দেশৰ সম্পৰ্কক অধিক উল্লত কৰাৰ বিষয়ে আলোচনা কৰা হ'ব। এই ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ লগতে ইকোৱাছ [পশ্চিম আফ্ৰিকান ৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্প্ৰদায়] আৰু আফ্ৰিকান ইউনিয়নৰ সৈতে ভাৰতৰ সংযোগ শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক পুনৰ সুদৃঢ় কৰিব।প্ৰধানমন্ত্ৰীৰ দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত বক্তব্যৰ পূৰ্ণপাঠ
June 07th, 02:00 pm
দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন, ২০২৫-লৈ আপোনালোক সকলোকে আদৰণি জনালোঁ। ইউৰোপত পোন-প্ৰথমবাৰৰ বাবে এই সন্মিলনৰ আয়োজন কৰা হৈছে। মই মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰন আৰু ফ্ৰান্স চৰকাৰক এই অনুষ্ঠানৰ আয়োজনত সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জনাইছোঁ। মই আগন্তুক ৰাষ্ট্ৰসংঘৰ মহাসাগৰ সন্মিলনৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন, ২০২৫ সম্বোধন কৰে
June 07th, 01:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন, ২০২৫ সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেত ইউৰোপত পোন-প্ৰথমবাৰৰ বাবে আয়োজিত দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰাসকলক আদৰণি জনায়। তেখেতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মহামহিম ইমানুৱেল মেক্ৰন আৰু ফ্ৰান্স চৰকাৰক এই অনুষ্ঠানৰ আয়োজনত সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আগন্তুক ৰাষ্ট্ৰসংঘৰ মহাসাগৰ সন্মিলনৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে।এংগোলাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিজ্ঞপ্তিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তি
May 03rd, 01:00 pm
মই ৰাষ্ট্ৰপতি ল’ৰেঞ্চো আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। এয়া এক ঐতিহাসিক মুহূৰ্ত। ৩৮ বছৰৰ পাছত, এংগোলাৰ ৰাষ্ট্ৰপতি ভাৰত ভ্ৰমণলৈ আহিছে। তেওঁৰ এই ভ্ৰমণে, কেৱল ভাৰত-এংগোলাৰ সম্পৰ্কক নতুন দিশ আৰু গতি প্ৰদান কৰাই নহয়, বৰং ভাৰত-আফ্ৰিকাৰ অংশীদাৰিত্বও শক্তিশালী কৰিছে।টিভি৯ সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 28th, 08:00 pm
শ্ৰীমান ৰামেশ্বৰ গাৰু জী, ৰামু জী, বৰুণ দাস জী, টিভি৯ৰ সমগ্ৰ দল, আপোনালোকৰ নেটৱৰ্কৰ সকলো দৰ্শক, ইয়াত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক এই সন্মিলনৰ বাবে অভিনন্দন জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টিভি৯ সন্মিলন, ২০২৫ সম্বোধন কৰে
March 28th, 06:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত টিভি৯ সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে টিভি৯ৰ সমগ্ৰ টীমটো আৰু ইয়াৰ দৰ্শকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে টিভি৯ৰ আঞ্চলিক দৰ্শক বিস্তৃত আৰু তেখেতে লগতে কয় যে এতিয়া বিশ্বৰ দৰ্শকো সাজু হৈছে। তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।এন এক্স টি কনক্লেভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
March 01st, 11:00 am
আইটিভি নেটৱৰ্কৰ প্ৰতিষ্ঠাপক তথা সংসদত মোৰ সতীৰ্থ শ্ৰীযুত কাৰ্তিকেয়া শৰ্মা জী, নেটৱৰ্কৰ সমগ্ৰ দল, দেশ-বিদেশৰ সকলো অতিথি, অন্যান্য বিশিষ্ট ব্যক্তিবৃন্দ, নিউজএক্স ৱৰ্ল্ডৰ শুভ আৰম্ভণিৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনাইছো। আজি হিন্দী আৰু ইংৰাজীকে ধৰি আপোনাৰ নেটৱৰ্কৰ সকলো আঞ্চলিক চেনেলে বিশ্বমুখী যাত্ৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আজি কেইবাটাও ফেল’শ্বিপ আৰু বৃত্তিও আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ বাবে আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।এনএক্সটি কনক্লেভত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 01st, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত এনএক্সটি কনক্লেভত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ নিউজএক্স ৱৰ্ল্ডৰ শুভ উন্মোচনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ আলোকপাত কৰে যে নেটৱৰ্কটোৱে হিন্দী, ইংৰাজী, আৰু বিভিন্ন আঞ্চলিক ভাষাৰ চেনেলসমূহক সামৰি লৈছে, আৰু আজি, ই বিশ্বব্যাপী হোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ফেল’শ্বিপ আৰু ফেল’শ্বিপৰ আৰম্ভণিৰ কথাও উল্লেখ কৰি এই কাৰ্যসূচীসমূহৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।নাইজেৰিয়াত ভাৰতীয় সমুদায়ৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 17th, 07:20 pm
আজি আবুজাৰ পৰিৱেশ সঁচাকৈয়ে বৰ মনোৰম অনুভৱ হৈছে। যোৱা সন্ধিয়াৰ পৰা যিমানখিনি প্ৰত্যক্ষ কৰিছো তাৰ পৰা প্ৰায় এনে লাগিছে যেন মই আবুজাত নহয়, ভাৰতৰ এখন চহৰত আছো। আপোনালোকৰ বহুতেই লাগোছ, কানো, কাডুনা, প’ৰ্ট হাৰক’ৰ্টৰ দৰে বিভিন্ন ঠাইৰ পৰা আহি আপোনাৰ বৈচিত্ৰময় মনোশক্তিবোৰ লগত লৈ আহিছে। আপোনালোকৰ চকুত দেখা উল্লাস আৰু মনৰ পৰা ওলোৱা উষ্মাই ইয়াত থকাৰ আপোনাৰ আগ্ৰহৰ বিষয়ে বহু কথাই কৈ গৈছে। ময়ো আপোনালোক সকলোকে লগ পোৱাৰ এই মুহূৰ্তটোলৈ আগ্ৰহেৰে বাট চাই আছিলো। আপোনালোকৰ মৰম আৰু সস্নেহ মোৰ বাবে অমূল্য, আৰু আপোনাৰ লগত ইয়াত থকা, এই বিনিময় কৰা মুহুৰ্তবোৰ মোৰ হৃদয়ত চিৰদিনৰ বাবে থাকিব।PM Modi addresses Indian community in Nigeria
November 17th, 07:15 pm
PM Modi, addressing the Indian diaspora in Abuja, Nigeria, celebrated India's global progress, highlighting achievements in space, manufacturing, and defense. He praised the Indian community's contributions to Nigeria's development and emphasized India's role as a global leader in welfare, innovation, and peace, with a vision for a Viksit Bharat by 2047.Success of Humanity lies in our collective strength, not in the battlefield: PM Modi at UN Summit
September 23rd, 09:32 pm
Prime Minister Narendra Modi addressed the 'Summit of the Future' at the United Nations in New York, advocating for a human-centric approach to global peace, development, and prosperity. He highlighted India's success in lifting 250 million people out of poverty, expressed solidarity with the Global South, and called for balanced tech regulations. He also emphasized the need for UN Security Council reforms to meet global ambitions.Prime Minister’s Address at the ‘Summit of the Future’
September 23rd, 09:12 pm
Prime Minister Narendra Modi addressed the 'Summit of the Future' at the United Nations in New York, advocating for a human-centric approach to global peace, development, and prosperity. He highlighted India's success in lifting 250 million people out of poverty, expressed solidarity with the Global South, and called for balanced tech regulations. He also emphasized the need for UN Security Council reforms to meet global ambitions.The Voice of Global South Summit is a platform where we amplify the needs and aspirations of those often unheard: PM Modi
August 17th, 10:00 am
Prime Minister Narendra Modi, during his opening remarks at the 2024 Voice of Global South Summit, emphasized India's commitment to inclusive development, global cooperation, and addressing challenges like climate change, health security, and technological pides. He highlighted India's role in amplifying the voices of Global South nations within the G20 and shared initiatives to enhance digital infrastructure and healthcare partnerships across the Global South.কমনৱেলথ লিগেল এডুকেশ্যন এছচিয়েশ্যন - কমনৱেলথ এটৰ্নী এণ্ড ছলিচিটৰ জেনেৰেলছ কনফাৰেন্সত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 03rd, 11:00 am
বিশিষ্ট আইনী বিজ্ঞসকল, বিশ্বৰ বিভিন্ন দেশৰ অতিথিসকল, আৰু সন্মানীয় দৰ্শক সদস্যসকল। আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ।