Honouring the Sikh community’s faith and progress is our responsibility and privilege: PM on the 350th Shaheedi Samagam of Sri Guru Tegh Bahadur Ji

March 01st, 06:28 pm

PM Modi addressed the 350th Martyrdom Year (Shaheedi Samagam) of ‘Hind di Chadar’ Sri Guru Teg Bahadur Sahib Ji. Paying his respects, the PM stated that today we all remember the great Guru on this significant anniversary and expressed that it is a matter of great fortune to be part of such a historic and sacred event.

PM Modi addresses 350th Shaheedi Samagam of Sri Guru Teg Bahadur Ji; highlights initiatives for the Sikh community and social unity

March 01st, 06:00 pm

PM Modi addressed the 350th Martyrdom Year (Shaheedi Samagam) of ‘Hind di Chadar’ Sri Guru Teg Bahadur Sahib Ji. Paying his respects, the PM stated that today we all remember the great Guru on this significant anniversary and expressed that it is a matter of great fortune to be part of such a historic and sacred event.

২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৫ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 24th, 06:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সন্ধিয়া প্ৰায় ৬:১৫ বজাত বিশ্ব খাদ্য ভাৰত ২০২৫ত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে তেওঁ ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।

প্ৰধানমন্ত্ৰীয়ে আফগানিস্তানত হোৱা ভূমিকম্পত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে

September 01st, 02:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আফগানিস্তানত হোৱা ভূমিকম্পত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে।

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

April 27th, 11:30 am

নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।

দিল্লীত 'জাহাঁ-ই-খুশ্ৰো ২০২৫' কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

February 28th, 07:31 pm

অনুষ্ঠানত উপস্থিত থকা ড০ কৰণ সিং জী, মুজাফ্ফৰ আলী জী, মীৰা আলী জী, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চুফী সংগীত মহোৎসৱ ‘জাহাঁ-ই-খুশ্ৰো ২০২৫’ত অংশগ্ৰহণ কৰে

February 28th, 07:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘সুন্দৰ নাৰ্চাৰী’ত অনুষ্ঠিত চুফী সংগীত মহোৎসৱ ‘জাহাঁ-ই-খুশ্ৰো ২০২৫’ত অংশগ্ৰহণ কৰে।

The teachings of Lord Christ celebrate love, harmony and brotherhood: PM at Christmas programme

December 23rd, 09:24 pm

PM Modi attended the Christmas celebrations organized by the Catholic Bishops Conference of India (CBCI) and extended greetings to the Christian community worldwide. Highlighting India’s inclusive development journey, he emphasized hope, collective efforts, and compassion as key drivers of a developed India.

PM Modi participates in Christmas Celebrations hosted by the Catholic Bishops' Conference of India

December 23rd, 09:11 pm

PM Modi attended the Christmas celebrations organized by the Catholic Bishops Conference of India (CBCI) and extended greetings to the Christian community worldwide. Highlighting India’s inclusive development journey, he emphasized hope, collective efforts, and compassion as key drivers of a developed India.

The BJP government has diligently tackled the issues faced by sugarcane farmers: PM Modi in Pilibhit

April 09th, 11:00 am

Prime Minister Narendra Modi showered his love and admiration upon the crowd of Pilibhit, Uttar Pradesh. The crowd gathered to celebrate PM Modi’s arrival to the city. PM Modi graced the event and discussed his vision of Uttar Pradesh with the audience. “Amid the various difficulties being faced by the world now, India is showing that there is nothing impossible for it to achieve,” said the PM.

PM Modi in his high spirits addresses a public meeting in Pilibhit, Uttar Pradesh

April 09th, 10:42 am

Prime Minister Narendra Modi showered his love and admiration upon the crowd of Pilibhit, Uttar Pradesh. The crowd gathered to celebrate PM Modi’s arrival to the city. PM Modi graced the event and discussed his vision of Uttar Pradesh with the audience. “Amid the various difficulties being faced by the world now, India is showing that there is nothing impossible for it to achieve,” said the PM.

আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ প্ৰথম দুখন মেচত জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

October 11th, 11:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ বিৰুদ্ধে আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ প্ৰথম দুখন খেলত জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জ্ঞাপন কৰিছে।

India & Greece have a special connection and a relationship spanning centuries: PM Modi

August 25th, 09:30 pm

PM Modi addressed the Indian community at Athens Conservatoire, in Athens. In his address, PM Modi emphasized the unprecedented transformation that India is currently undergoing and the strides being made in various sectors. He lauded the success of the Chandrayaan mission. Prime Minister highlighted the contribution of the Indian community in Greece in advancing the multi-faceted India-Greece relations and urged them to be a part of India’s growth story.

এথেন্সত প্ৰৱাসী ভাৰতীয় সমূদায়ৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

August 25th, 09:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৫ আগষ্টত এথেন্সৰ এথেন্স কনজাৰ্ভেটৰীত ভাৰতীয় সমূদায়ক সম্বোধন কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত ভাৰতে সম্প্ৰতি লাভ কৰি থকা অভূতপূৰ্ব অগ্ৰগতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চন্দ্ৰযান অভিযানৰ সফলতাকো তেওঁ ভূয়সী প্ৰশংসা কৰে।

PM Modi interacts with the Indian community in Paris

July 13th, 11:05 pm

PM Modi interacted with the Indian diaspora in France. He highlighted the multi-faceted linkages between India and France. He appreciated the role of Indian community in bolstering the ties between both the countries.The PM also mentioned the strides being made by India in different domains and invited the diaspora members to explore opportunities of investing in India.

২৩ তম এছচিঅ’ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 04th, 12:30 pm

আজি ২৩ সংখ্যক এছচিঅ' সন্মিলনত আপোনাক উষ্ম আদৰণি জনাইছো। বিগত দুটা দশকত, এছচিঅ'ই সমগ্ৰ এছিয়া অঞ্চলত শান্তি, সমৃদ্ধি আৰু উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই এলেকাৰ সৈতে ভাৰতৰ হাজাৰ হাজাৰ বছৰ পুৰণি সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কই আমাৰ অংশীদাৰী ঐতিহ্যৰ জীৱন্ত প্ৰমাণ। আমি এই অঞ্চলটোক কেৱল সম্প্ৰসাৰিত চুবুৰীয়া হিচাপেই নহয়, কিন্তু এক সম্প্ৰসাৰিত পৰিয়াল হিচাপে বিবেচনা কৰো।

আই টি ইউ এৰিয়া অফিচ এণ্ড ইনোভেচন চেণ্টাৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

March 22nd, 03:34 pm

মোৰ কেন্দ্ৰীয় কেবিনেটৰ সহযোগী এছ জয়শংকৰ, অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, আই টি ইউৰ মহাসচিব দেবুসিং চৌহান ডাঙৰীয়া, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলাসকল!

আইটিইউৰ আঞ্চলিক কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

March 22nd, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত ভাৰতত নতুন আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘৰ আঞ্চলিক কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰত ৬জি ভিজন ডকুমেণ্ট উন্মোচন কৰাৰ লগতে ৬জি গৱেষণা আৰু উন্নয়ন টেষ্ট বেড মুকলি কৰে। ইয়াৰ উপৰিও তেওঁ ‘Call before u Dig’ এপ মুকলি কৰে। আইটিইউ হৈছে ৰাষ্ট্ৰসংঘৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি (আইচিটি)ৰ বিশেষ সংস্থা। ভাৰতে ২০২২ চনৰ মাৰ্চ মাহত আইটিইউৰ সৈতে আঞ্চলিক কাৰ্যালয় স্থাপনৰ বাবে আয়োজক দেশৰ চুক্তি স্বাক্ষৰ কৰে। এই কাৰ্যালয়টোৱে ভাৰত, নেপাল, ভূটান, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, আফগানিস্তান আৰু ইৰাণৰ বাবে সেৱা আগবঢ়াব, দেশসমূহৰ মাজত সমন্বয় বৃদ্ধি কৰিব আৰু অঞ্চলটোত পাৰস্পৰিকভাৱে লাভজনক অৰ্থনৈতিক সহযোগিতাৰ পোষকতা কৰিব।

২২ মাৰ্চত ‘আইটিইউ’-ৰ আঞ্চলিক কাৰ্যালয় উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

March 21st, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ মাৰ্চ, ২০২৩ তাৰিখে দুপৰীয়া ১২:৩০ বজাত ‘বিজ্ঞান ভৱন’ত অনুষ্ঠিত এক কাৰ্যসূচীত ভাৰতৰ নতুন ‘আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ’ (আইটিইউ)ৰ আঞ্চলিক কাৰ্যালয় আৰু উদ্ভাৱন কেন্দ্ৰটো উদ্বোধন কৰিব। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে ‘ভাৰত ৬জি ভিজন ডকুমেণ্ট’ উন্মোচন কৰাৰ লগতে ‘৬জি আৰ এণ্ড ডি টেষ্ট বে’ড’-য়ো মুকলি কৰিব। একেটা অনুষ্ঠানতে তেওঁ 'কল বিফোৰ ইউ ডিগ' এপ্-টোও মুকলি কৰি অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে৷

তুৰস্ক আৰু ছিৰিয়াত ‘অপাৰেশ্যন দোষ্ট’ত নিয়োজিত এনডিআৰএফ জোৱানসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ সময়ত আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

February 20th, 06:20 pm

আপোনালোকে মানৱতাৰ বাবে মহান কাম কৰি উভতি আহিছে। অপাৰেশ্যন দোষ্টৰ সৈতে জড়িত সমগ্ৰ দলটোৱে, সেয়া এনডিআৰএফেই হওক, স্থল সেনাই হওক, বায়ু সেনাই হওক বা আমাৰ অন্যান্য সেৱাৰ অংশীদাৰ হওক, এক সুন্দৰ কাম কৰিছে আৰু আনকি আমাৰ নিবাক বন্ধু ডগ স্কোৱাডৰ সদস্যসকলেও অদ্ভূট ক্ষমতা প্ৰদৰ্শন কৰিলে৷ আপোনালোকক লৈ দেশে অতি গৌৰৱ অনুভৱ কৰিছে।