মহিলাৰ ব্যক্তিগত গল্ফ প্ৰতিযোগিতাত ৰূপৰ পদক জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে অদিতি অশোকক প্ৰশংসা কৰে
October 01st, 08:23 pm
‘এছিয়ান গে’মছ’ত অদিতি অশোকে ‘মহিলাৰ ব্যক্তিগত গল্ফ প্ৰতিযোগিতা’ত ৰূপৰ পদক অৰ্জন কৰাত আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।