
India's coastal states and our port cities will become key centres of growth for a Viksit Bharat: PM Modi in Thiruvananthapuram, Kerala
May 02nd, 02:06 pm
Prime Minister Modi dedicated Vizhinjam International Deepwater Multipurpose Seaport to the nation in Thiruvananthapuram, Kerala. The PM emphasised that “the port economy reaches its full potential when infrastructure and ease of doing business are promoted together” and stated that over the past 10 years, this has been the blueprint of the Government of India’s port and waterways policy.
কেৰালাৰ ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰিক বন্দৰ’ দেশৰ নামত উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
May 02nd, 01:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱন্তপুৰমত ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় গভীৰ পানীৰ বহুমুখী সাগৰীয় বন্দৰ’ দেশবাসীৰ নামত উৎসৰ্গা কৰে। ‘ভগৱান’ আদি শংকৰাচাৰ্যৰ জন্ম জয়ন্তী উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তিনি বছৰ পূৰ্বে ছেপ্টেম্বৰ মাহত তেওঁ আদি শংকৰাচাৰ্যৰ শ্ৰদ্ধাৰ জন্মস্থান ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ আনন্দ প্ৰকাশ কৰে যে তেওঁৰ সংসদীয় সমষ্টি কাশীৰ বিশ্বনাথ ধাম চৌহদত আদি শংকৰাচাৰ্যৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই প্ৰতিমূৰ্তি আদি শংকৰাচাৰ্যৰ অপৰিসীম আধ্যাত্মিক জ্ঞান আৰু শিক্ষাৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ প্ৰতীক হৈ আহিছে। তেওঁ লগতে উল্লেখ কৰে যে উত্তৰাখণ্ডৰ পৱিত্ৰ ‘কেদাৰনাথ ধাম’ত আদি শংকৰাচাৰ্যৰ ঐশ্বৰিক প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সন্মানো তেওঁ লাভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি এই অনুষ্ঠান আন এক বিশেষ অনুষ্ঠান হিচাপে চিহ্নিত হৈছে কিয়নো আজি ভক্তসকলৰ বাবে ‘কেদাৰনাথ মন্দিৰ’ৰ দুৱাৰ মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে কেৰালাৰ পৰা যাত্ৰা আৰম্ভ কৰা আদি শংকৰাচাৰ্যই দেশৰ বিভিন্ন কোণত মঠ স্থাপন কৰি ৰাষ্ট্ৰৰ চেতনা জাগ্ৰত কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰে যে শংকৰাচাৰ্যৰ প্ৰচেষ্টাই এক একত্ৰিত আৰু আধ্যাত্মিকভাৱে আলোকিত ভাৰতৰ ভেটি স্থাপন কৰিছিল।
লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ
March 16th, 11:47 pm
প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে
March 16th, 05:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।PM to visit Kedarnath and Badrinath on 21st October
October 18th, 10:30 pm
Prime Minister Shri Narendra Modi will visit Uttarakhand on 21st October 2022. In Kedarnath, at around 8:30 AM, he will perform darshan and pooja at Shri Kedarnath Temple. At around 9 AM, Prime Minister will lay the foundation stone of the Kedarnath Ropeway Project. After that, he will visit the Adi Guru Shankaracharya Samadhi Sthal. At around 9:25 AM, Prime Minister will review the progress of development works along Mandakini Asthapath and Saraswati Asthapath.কেৰেলাৰ জনসাধাৰণে এতিয়া বিজেপিক এক নতুন আশা হিচাপে দেখিছে: পি এম মোদী
September 01st, 04:31 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে। ওনম উপলক্ষে কেৰেলাবাসীক শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ আৰম্ভণিতে পিএম মোদীয়ে কয়, ‘ওনমৰ বিশেষ উপলক্ষত কেৰেলালৈ অহাটো মোৰ বাবে সৌভাগ্যৰ কথা। আপোনালোক সকলোকে ওনমৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে
September 01st, 04:30 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰেলাৰ কোচিত এখন জনসভাত ভাষণ দিয়ে। ওনম উপলক্ষে কেৰেলাবাসীক শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ আৰম্ভণিতে পিএম মোদীয়ে কয়, ‘ওনমৰ বিশেষ উপলক্ষত কেৰেলালৈ অহাটো মোৰ বাবে সৌভাগ্যৰ কথা। আপোনালোক সকলোকে ওনমৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”পুডুচেৰীত ২৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 12th, 03:02 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি পুডুচেৰীত ভিডিঅ’ কনফাৰেন্সযোগে ২৫সংখ্যক ৰাষ্ট্ৰীয় যুৱ উৎসৱ উদ্বোধন কৰে৷ স্বামী বিবেকানন্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্রীয়ে ‘মোৰ সপোনৰ ভাৰত’ আৰু ‘ভাৰতৰ স্বাধীনতা আন্দোলনৰ অকথিত বীৰ’ বিষয়ৰ ওপৰত নির্বাচিত ৰচনা প্রকাশ কৰে৷ লক্ষাধিক যুৱক-যুৱতীয়ে এই দুটা বিষয়ৰ ওপৰত ৰচনা লিখে৷ তাৰে নির্বাচিত অংশ আজি প্রকাশ কৰা হ’ল। শ্রী মোদী এমএছএমই প্রযুক্তি কেন্দ্র আৰু অ’পেন এয়াৰ থিয়েটাৰৰ ব্যৱস্থাসম্পন্ন প্রেক্ষাগৃহ পেৰুনথালাইভাৰ কামৰাজাৰ মনিমণ্ডপমো উদ্বোধন কৰে৷ এমএছএমই প্রযুক্তি কেন্দ্র নির্মাণত ১২২ কোটি টকা ব্যয় হৈছে। পুডুচেৰী চৰকাৰ প্রেক্ষাগৃহটো নির্মাণত ব্যয় হৈছে ২৩ কোটি টকা। কেন্দ্রীয় মন্ত্রী শ্রী অনুৰাগ সিং ঠাকুৰ, শ্রী নাৰায়ণ ৰাণে, শ্রী ভানুপ্রতাপ সিং ভার্মা আৰু শ্রী নিশীথ প্রামাণিক আৰু পুডুচেৰীৰ উপ-ৰাজ্যপাল ডঃ তামিলিচাই সৌন্দৰাজন, মুখ্যমন্ত্রী শ্রী এন ৰংগস্বামী, পুডুচেৰীৰ মন্ত্ৰীসভাৰ সদস্যসকল আৰু সাংসদসকল অনুষ্ঠানত উপস্থিত থাকে৷পুডুচেৰীত ২৫সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰিলে প্রধানমন্ত্রীয়ে
January 12th, 11:01 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি পুডুচেৰীত ভিডিঅ’ কনফাৰেন্সযোগে ২৫সংখ্যক ৰাষ্ট্ৰীয় যুৱ উৎসৱ উদ্বোধন কৰে৷ স্বামী বিবেকানন্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্রীয়ে ‘মোৰ সপোনৰ ভাৰত’ আৰু ‘ভাৰতৰ স্বাধীনতা আন্দোলনৰ অকথিত বীৰ’ বিষয়ৰ ওপৰত নির্বাচিত ৰচনা প্রকাশ কৰে৷ লক্ষাধিক যুৱক-যুৱতীয়ে এই দুটা বিষয়ৰ ওপৰত ৰচনা লিখে৷ তাৰে নির্বাচিত অংশ আজি প্রকাশ কৰা হ’ল। শ্রী মোদী এমএছএমই প্রযুক্তি কেন্দ্র আৰু অ’পেন এয়াৰ থিয়েটাৰৰ ব্যৱস্থাসম্পন্ন প্রেক্ষাগৃহ পেৰুনথালাইভাৰ কামৰাজাৰ মনিমণ্ডপমো উদ্বোধন কৰে৷ এমএছএমই প্রযুক্তি কেন্দ্র নির্মাণত ১২২ কোটি টকা ব্যয় হৈছে। পুডুচেৰী চৰকাৰ প্রেক্ষাগৃহটো নির্মাণত ব্যয় হৈছে ২৩ কোটি টকা। কেন্দ্রীয় মন্ত্রী শ্রী অনুৰাগ সিং ঠাকুৰ, শ্রী নাৰায়ণ ৰাণে, শ্রী ভানুপ্রতাপ সিং ভার্মা আৰু শ্রী নিশীথ প্রামাণিক আৰু পুডুচেৰীৰ উপ-ৰাজ্যপাল ডঃ তামিলিচাই সৌন্দৰাজন, মুখ্যমন্ত্রী শ্রী এন ৰংগস্বামী, পুডুচেৰীৰ মন্ত্ৰীসভাৰ সদস্যসকল আৰু সাংসদসকল অনুষ্ঠানত উপস্থিত থাকে৷Today, India sets tough goals and deadlines for itself: PM Modi
November 05th, 07:50 pm
PM Narendra Modi laid foundation stones and dedicated to the Nation various development projects in Kedarnath. The Prime Minister said that new facilities like shelters, facilitation centres will ease the lives of priests and devotees and allow them to fully immerse in the pine experience of the pilgrimage.প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ইয়াক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
November 05th, 10:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেদাৰনাথত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ইয়াক দেশবাসীৰ বাবে উৎসৰ্গা কৰে। তেওঁ শ্ৰী আদি শংকৰাচাৰ্য সমাধি উদ্বোধন কৰে আৰু শ্ৰী আদি শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ সম্পূৰ্ণ আৰু চলি থকা আন্তঃগাঁথনিসম্পৰ্কীয় কামবোৰ পৰ্যালোচনা আৰু পৰিদৰ্শন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথ মন্দিৰত প্ৰাৰ্থনা আগবঢ়ায়। সমগ্ৰ দেশৰ ১২ টা জ্যোতিৰ্লিঙ্গ আৰু ৪ টা ধাম আৰু আন বহুতো বিশ্বাসৰ স্থানত প্ৰাৰ্থনা আৰু অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই সকলোবোৰ কাৰ্যসূচী আৰু কেদাৰনাথ ধাম কাৰ্যসূচী কেদাৰনাথ ধামৰ মূল কাৰ্যসূচীৰ সৈতে জড়িত আছিল।PM to visit Kedarnath on 5th November and inaugurate Shri Adi Shankaracharya Samadhi
October 28th, 06:17 pm
PM Modi will visit kedarnath, Uttarakhand on 5th November. PM Modi will offer prayers at the Kedarnath Temple. He will also inaugurate Shri Adi Shankaracharya Samadhi and unveil the statue of Shri Adi Shankaracharya. The Samadhi has been reconstructed after the destruction in the 2013 floods.Srimad Bhagavadgita teaches us how to serve the world and the people: PM Modi
March 09th, 05:02 pm
PM Modi released a Manuscript with commentaries by 21 scholars on shlokas of Srimad Bhagavadgita. He noted that our democracy gives us freedom of our thoughts, freedom of work, equal rights in every sphere of our life. This freedom comes from the democratic institutions that are the guardians of our constitution. Therefore, he said, whenever we talk of our rights, we should also remember our democratic duties.PM releases Manuscript with commentaries by 21 scholars on shlokas of Srimad Bhagavadgita
March 09th, 05:00 pm
PM Modi released a Manuscript with commentaries by 21 scholars on shlokas of Srimad Bhagavadgita. He noted that our democracy gives us freedom of our thoughts, freedom of work, equal rights in every sphere of our life. This freedom comes from the democratic institutions that are the guardians of our constitution. Therefore, he said, whenever we talk of our rights, we should also remember our democratic duties.PM pays tribute to Adi Shankaracharya on his Jayanti
April 20th, 12:30 pm
Prime Minister Narendra Modi paid tribute to Adi Shankaracharya on his Jayanti. I bow to the great Adi Shankaracharya on his Jayanti. Spiritual and scholarly, his unparalleled wisdom as well as rich thoughts have left an indelible mark on our society. Adi Shankaracharya rightly emphasised on a healthy culture of learning, debate and discussion, the PM tweeted.