‘কমনৱেলথ্ ক্ৰীড়া মহোত্সৱ ২০২২’ত সোণৰ পদক অৰ্জন কৰা ভাৰোত্তলক অচিন্ত শেউলিক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
August 01st, 12:48 pm
বাৰ্মিংহামত অনুষ্ঠিত ‘কমনৱেলথ্ ক্ৰীড়া মহোত্সৱ ২০২২’ত সোণৰ পদক অৰ্জন কৰা ভাৰোত্তলক অচিন্ত শেউলিক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে। ক্ৰীড়া মহোত্সৱখনলৈ যোৱাৰ প্ৰাক ক্ষণত অচিন্ত শেউলীৰে হোৱা বাৰ্তালাপৰ কিয়দাংশও শ্বেয়াৰ কৰে শ্ৰী মোদীয়ে।