দাৰ্জিলিঙৰ দলং দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
October 05th, 12:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দাৰ্জিলিঙৰ এখন দলং দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰীয়ে আফগানিস্তানত হোৱা ভূমিকম্পত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে
September 01st, 02:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আফগানিস্তানত হোৱা ভূমিকম্পত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে।শ্ৰী মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত হোৱা ভূমিস্খলনত প্ৰাণ হানিক লৈ প্ৰধানমন্ত্ৰীৰ শোক
August 27th, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাৰ শ্ৰী মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত হোৱা ভূমিস্খলনৰ ফলত প্ৰাণ হানিক লৈ শোক প্ৰকাশ কৰে।উত্তৰপ্ৰদেশৰ গোণ্ডাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
August 03rd, 01:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ গোণ্ডাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ আত্মীয়লৈ পিএমএনআৰএফৰ অধীনত ২লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০টকাকৈ সাহাৰ্য ঘোষণা কৰিছে।ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
July 29th, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ দেওঘৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি শোক প্ৰকাশ কৰিছে।উত্তৰাখণ্ডৰ হৰিদ্বাৰত সংঘটিত পদপিষ্টৰ ঘটনাত নিহতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
July 27th, 12:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ মানছা দেৱী মন্দিৰলৈ যোৱাৰ পথত পদপিষ্টহৈ অনেকে প্ৰাণ হেৰুওৱাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।ৰাছিয়াত ভয়াবহ বিমান দুৰ্ঘটনাত প্ৰাণ হানি, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
July 24th, 11:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াত সংঘটিত হোৱা কৰুণ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা যাচে আৰু শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয়, আমি ৰাছিয়া আৰু ইয়াৰ জনসাধাৰণৰ সৈতে এনে এক কৰুণ সময়ত একতাৰে থিয় দিছোহিমাচল প্ৰদেশৰ মাণ্ডিত ভয়াবহ দুৰ্ঘটনাত একাধিক লোকৰ প্ৰাণহানি, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
July 24th, 11:03 pm
আজি হিমাচল প্ৰদেশৰ মাণ্ডিত সংঘটিত ভয়াবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাৰ খবৰ লাভ কৰি গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰে।তেলেংগানাৰ সংগাৰেড্ডীৰ এটা কাৰখানাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক
June 30th, 02:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ সংগাৰেড্ডীৰ এটা কাৰখানাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে। তেখেতে পিএমএনআৰএফ-ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ সাহায্য ঘোষণা কৰিছে।তেলেংগানাৰ হায়দৰাবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাসকলৰ দুখত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে
May 18th, 12:00 pm
তেলেংগানাৰ হায়দৰাবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ দুখত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।Prime Minister condoles the loss of lives in an accident in Nanded, Maharashtra
April 04th, 03:21 pm
Prime Minister Shri Narendra Modi today condoled the loss of lives in an accident in Nanded, Maharashtra. He announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased and Rs. 50,000 to the injured.নতুন দিল্লী ৰে’লৱে ষ্টেচনত পদপিষ্ট হৈ প্ৰাণ হেৰুৱালে বহু লোকে, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
February 16th, 07:18 am
নতুন দিল্লী ৰে’লৱে ষ্টেচনত পদপিষ্ট হৈ বহু লোকৰ প্ৰাণ হানি হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে। লগতে প্ৰধানমন্ত্ৰীয়ে উক্ত দুৰ্ঘটনাত আহত হোৱা লোকসকলৰ আশু আৰোগ্যও কামনা কৰে।Prime Minister condoles loss of lives in the tragic collision in Washington DC
January 31st, 09:09 am
The Prime Minister, Shri Narendra Modi has condoled loss of lives in the tragic collision in Washington DC. Shri Modi also extended heartfelt condolences to the families of the victims and said that we stand in solidarity with the people of the United States.প্ৰয়াগৰাজ মহাকুম্ভত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
January 29th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰয়াগৰাজ মহাকুম্ভত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে।Prime Minister expresses grief over road accident on Jaipur-Ajmer highway in Rajasthan, announces ex-gratia
December 20th, 12:49 pm
Prime Minister, Shri Narendra Modi today expressed grief over the accident on Jaipur-Ajmer highway in Rajasthan. Shri Modi also announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased in the mishap, while the injured would be given Rs. 50,000.মহাৰাষ্ট্ৰৰ গণ্ডিয়াত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে
November 29th, 04:54 pm
মহাৰাষ্ট্ৰৰ গণ্ডিয়াত আজি সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০,০০০ টকাকৈ অনুদান ঘোষণা কৰে।ঝান্সী চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
November 16th, 08:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ ঝান্সী চিকিৎসা মহাবিদ্যালয়ত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীক সকলো ধৰণে সহায় কৰাত নিয়োজিত হৈ আছে।আলমোৰাৰ পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা
November 04th, 01:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ আলমোৰাত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু হোৱা লোকসকলৰ পৰিয়াল আৰু আত্মীয়ৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। @PMOIndiaই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এক বিবৃতিত প্ৰধানমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে দুৰ্ঘটনাটোত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰে।উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক; পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা
October 04th, 10:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷ তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীক সকলো ধৰণে সহায় কৰাত নিয়োজিত হৈ আছে।PM Modi condoles loss of lives in drowning incident in Dehgam, Gujarat
September 14th, 02:26 pm
The Prime Minister, Shri Narendra Modi has condoled the loss of lives in drowning incident in Dehgam, Gujarat.