বিশ্বকাপ জয় কৰা ভাৰতীয় স্কোৱাছ দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
December 15th, 10:16 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় স্কোৱাছ দলটোক প্ৰথমবাৰৰ বাবে এছডিএটি স্কোৱাছ বিশ্বকাপ ২০২৫ খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰাৰ বাবে অভিনন্দন জনাইছে।স্কোয়াছ মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক লাভৰ বাবে প্ৰধানমন্ত্ৰীয়ে অভয় সিং আৰু অনাহত সিঙক অভিনন্দন জনাইছে
October 04th, 08:04 pm
এছিয়ান গেমছত স্কোয়াছ মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক লাভৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভয় সিং আৰু অনাহত সিঙক অভিনন্দন জনাইছে।এছিয়ান গেমছত স্কোৱাছৰ পুৰুষৰ দলীয় শাখাত স্বৰ্ণ পদক বিজয়ত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে
September 30th, 06:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে সৌৰভ ঘোচাল, অভয় সিং, হৰিন্দৰ সান্ধু আৰু মহেশ মাংগাওকাৰৰ স্কোৱাছৰ পুৰুষ দলটোক অভিনন্দন জ্ঞাপন কৰে।