নিউজ১৮ ৰাইজিং ভাৰত ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
February 27th, 08:30 pm
আপোনালোক সকলোৱে ৰাইজিং ইণ্ডিয়া সম্পৰ্কে আলোচনা কৰি আছে। আৰু ইয়াত আপোনাসৱৰ গুৰুত্ব অভ্যন্তৰীণ শক্তিৰ ওপৰত-সৰল ভাষাত ক’বলৈ গ’লে আপোনালোকৰ গুৰুত্ব ৰাষ্ট্ৰৰ নিজৰ অন্তৰ্নিহিত সামৰ্থ্যৰ ওপৰত। আমাৰ শাস্ত্ৰত কোৱা হৈছে- ত ত্বম অসী!-যি আমি ব্ৰহ্মত বিচাৰো, সেয়া আমাৰ ভিতৰতে আছে, সেয়া আমি নিজেই। শক্তি আমাৰ ভিতৰতে নিহিত হৈ আছে আৰু আমি ইয়াক চিনি পাব লাগিব। বিগত ১১ বছৰত ভাৰতে সেই শক্তিকে স্বীকাৰ কৰিছে আৰু আজি ৰাষ্ট্ৰই ইয়াক সবলীকৰণৰ বাবে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেটৱৰ্ক১৮ ৰাইজিং ভাৰত ছামিট সম্বোধন কৰে
February 27th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাইজিং ভাৰত সন্মিলন সম্বোধনেৰে অভ্যন্তৰীণ শক্তি বিষয়ক কেন্দ্ৰ কৰি নিজৰ বক্তব্য আগবঢ়ায়। ভাৰতৰ বিগত ১১ বছৰৰ যাত্ৰাত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সম্ভাৱনাৰ পুনৰ উদ্ধাৰ, অৰ্থনৈতিক আত্ম-নিৰ্ভৰতা আৰু ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰতৰ বাবে ৰূপৰেখা সন্দৰ্ভত বিস্তৃত ভাষণ প্ৰদান কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’-ত এআই-ৰ সাফল্যসমূহৰ পৰা টি-২০ বিশ্বকাপলৈকে ভাৰতৰ উত্থানৰ কথা উল্লেখ কৰে
February 22nd, 11:30 am
চলিত মাহৰ ‘মন কী বাত’-ত দিল্লীত অনুষ্ঠিত ‘ইণ্ডিয়া এ আই ইমপেক্ট ছামিট’-ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে কয়। ভাৰতীয় মূলৰ ক্ৰিকেটাৰ, অংগদান, নদী উৎসৱ, ডিজিটেল নিৰাপত্তা, ‘পৰীক্ষ পে’ চৰ্চা’ আদি বহু গুৰুত্বপূৰ্ণ বিষয় তেওঁ স্পৰ্শ কৰে। তেওঁ আলোকপাত কৰে যে অহা ২৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত ‘ৰাজাজী উৎসৱ’ উদযাপন কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নাৰী শক্তিৰ সৈতে গভীৰ সম্পৰ্ক ৰখাৰ কথা উল্লেখ কৰি তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতা জীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে।হায়দৰাবাদত অনুষ্ঠিত উইংছ ইণ্ডিয়া ২০২৬ কাৰ্যসূচীত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
January 28th, 06:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী ৰাম মোহন নাইডু জী, মুৰলীধৰ মোহল জী, সমগ্ৰ বিশ্বৰ সন্মানীয় মন্ত্ৰীসকল, বিশ্ব বিমান উদ্যোগৰ নেতা, আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিসকল, বিশিষ্ট প্ৰতিনিধিসকল, ভদ্ৰলোক আৰু ভদ্ৰ মহিলাসকল!হায়দৰাবাদত অনুষ্ঠিত উইংছ ইণ্ডিয়া ২০২৬ কাৰ্যসূচীত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 28th, 05:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ হায়দৰাবাদত অনুষ্ঠিত হোৱা উইংছ ইণ্ডিয়া ২০২৬ কাৰ্যসূচীত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিয়ে। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে উদ্যোগৰ নেতা, বিশেষজ্ঞ আৰু বিনিয়োগকাৰীক আদৰণি জনাই কয় যে বিমান উদ্যোগৰ পৰৱৰ্তী যুগ আকাংক্ষাৰে ভৰি আছে আৰু এইক্ষেত্ৰত ভাৰতে এক প্ৰধান খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ বিমান নিৰ্মাণ, পাইলটৰ প্ৰশিক্ষণ, বিমানৰ উন্নত গতিশীলতা আৰু বিমান লিজিঙৰ ক্ষেত্ৰত ভাৰতে উপস্থাপন কৰা বিশাল সুযোগসমূহৰ বিষয়ত আলোকপাত কৰি সকলো অংশীদাৰৰ বাবে উইংছ ইণ্ডিয়া সন্মিলনৰ গুৰুত্বৰ বিষয়ে কয়। শ্ৰী মোদীয়ে কয় যে বিগত দশকত ভাৰতৰ বিমান পৰিবহণ খণ্ডত এক ঐতিহাসিক পৰিৱৰ্তন সংঘটিত হৈছে। তেওঁ স্মৰণ কৰে যে এসময়ত বিমান যাত্ৰা একচেটিয়া ক্লাবতে সীমাবদ্ধ আছিল যদিও আজি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ঘৰুৱা বিমান পৰিবহনৰ বজাৰত পৰিণত হৈছে। তেওঁ আঙুলিয়াই দিয়ে যে যাত্ৰীৰ যাতায়াত দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু ভাৰতীয় বিমান সংস্থাসমূহে নিজৰ বহৰ সম্প্ৰসাৰণ কৰিছে, শেহতীয়া বছৰবোৰত ১৫০০ৰো অধিক বিমানৰ ফৰমাইচ দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে চৰকাৰৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ বাবেই এই বিকাশ সম্ভৱ হৈছে, প্ৰতিজন নাগৰিকক বিমানযোগে সহজে যাত্ৰা কৰিবলৈ সক্ষম কৰাৰ লক্ষ্যৰেবিমান যাত্ৰাক একচেটিয়া নহয়, সৰ্বাংগীন কৰি তোলা হৈছে । তেওঁ টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহ বিমানবন্দৰৰ সৈতে সংযুক্ত হৈ থকাৰ কথাত গুৰুত্ব আৰোপ কৰি কয় যে ২০১৪ চনত ভাৰতত ৭০টা বিমানবন্দৰ আছিল, আনহাতে আজি এই সংখ্যা ১৬০টাতকৈও অধিক হৈছে। অৰ্থাৎ দেশখনে মাত্ৰ এটা দশকতে দুগুণতকৈও অধিক বিমানবন্দৰ নিৰ্মাণ কৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে ১০০ৰো অধিক বিমানবন্দৰ সক্ৰিয় কৰা হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে চৰকাৰে সুলভ ভাড়া প্ৰদানৰ বাবে উড়ান আঁচনি আৰম্ভ কৰিছে। তেওঁ উল্লেখ কৰে যে উড়ানৰ ফলত ডেৰ কোটি যাত্ৰীয়ে যাত্ৰা কৰিছে, তেওঁলোকৰ বহুতেই হয়তো আগতে এনেদৰে যাত্ৰা কৰা নাছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে বিমান সংযোগৰ সম্প্ৰসাৰণ বহুগুণে বৃদ্ধি হোৱাটো নিশ্চিত। তেওঁ আলোকপাত কৰে যে ২০৪৭ চনৰ ভিতৰত ভাৰতত ৪০০ৰো অধিক বিমানবন্দৰ নিৰ্মাণৰ আশা কৰা হৈছে, যাৰ ফলত এক বিশাল নেটৱৰ্কৰ সৃষ্টি হ’ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশৰ প্ৰতিটো কোণত সংযোগ উন্নত কৰাৰ লক্ষ্যৰে সাগৰীয় বিমান পৰিচালনাৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে আঞ্চলিক আৰু সুলভ মূল্যৰ বিমান সংযোগক অধিক শক্তিশালী কৰিব পৰাকৈ উড়ান আঁচনিৰ পৰৱৰ্তী পৰ্যায়ৰ কাম চৰকাৰে কৰি আছে।চৰকাৰে পৰ্যটন খণ্ডৰ উন্নয়নৰ বিষয়তো শক্তিশালীভাৱে মনোনিৱেশ কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে দেশজুৰি পৰ্যটনস্থলীসমূহ উন্নীত কৰা হৈছে আৰু বিমান যাত্ৰা বৃহৎ সংখ্যক লোকৰ বাবে পছন্দৰ বিষয় হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে অনাগত বছৰবোৰত বিমান যাত্ৰাৰ চাহিদা অভূতপূৰ্বভাবে বৃদ্ধি পাব, যাৰ ফলত অধিক বিনিয়োগৰ সুযোগ সৃষ্টি হ’ব।LDF and UDF have pushed Kerala into corruption, misgovernance and appeasement politics: PM Modi in Thiruvananthapuram
January 23rd, 11:47 am
Prime Minister Narendra Modi today addressed a massive public rally in Thiruvananthapuram, Kerala, where he expressed gratitude for the warm reception and overwhelming public enthusiasm. He said that every visit to Kerala fills him with affection and energy and noted that the atmosphere in Thiruvananthapuram reflected a renewed sense of hope and confidence for change in the state.Huge crowd turns up as PM Modi addresses rally in Thiruvananthapuram, Kerala
January 23rd, 11:43 am
Prime Minister Narendra Modi today addressed a massive public rally in Thiruvananthapuram, Kerala, where he expressed gratitude for the warm reception and overwhelming public enthusiasm. He said that every visit to Kerala fills him with affection and energy and noted that the atmosphere in Thiruvananthapuram reflected a renewed sense of hope and confidence for change in the state.পশ্চিমবংগৰ মালদাত একাধিক ৰে'ল আৰু পথ প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 17th, 02:00 pm
আজি মালদাৰ পৰা পশ্চিমবংগৰ প্ৰগতিৰ গতি বৃদ্ধিৰ অভিযান অধিক ত্বৰান্বিত হৈছে। অলপ আগতে পশ্চিমবংগৰ বিকাশৰ সৈতে জড়িত বহুতো প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। পশ্চিমবংগলৈ নতুন ৰে'লসেৱা আগবঢ়োৱা হৈছে। এই প্ৰকল্পসমূহে জনসাধাৰণৰ যাতায়াত আৰু ব্যৱসায়-বাণিজ্য সহজ কৰি তুলিব। ৰে'লগাড়ীৰ মেৰামতিৰ সৈতে জড়িত এই সুবিধাসমূহে বংগৰ যুৱক-যুৱতীসকলক নতুন সুযোগ প্ৰদান কৰিব।পশ্চিমবংগৰ মালদাত ৩,২৫০ কোটি টকাৰ একাধিক ৰে'ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 17th, 01:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ মালদাত ৩,২৫০ কোটি টকাৰ একাধিক ৰে'ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰে। ইয়াৰ লক্ষ্য হৈছে পশ্চিমবংগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে উন্নয়নৰ গতি ত্বৰান্বিত কৰা। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে কয় যে মালদাৰ পৰা পশ্চিমবংগৰ প্ৰগতিৰ গতি ত্বৰান্বিত কৰাৰ অভিযানত অধিক গতি লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে পশ্চিমবংগৰ বিকাশৰ সৈতে জড়িত কেইবাটাও প্ৰকল্প উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিমবংগৰ বাবে নতুন ৰে'ল সেৱাৰ সূচনা কৰা হৈছে আৰু এই প্ৰকল্পসমূহে জনসাধাৰণৰ যাত্ৰা সহজ কৰাৰ লগতে বাণিজ্য আৰু ব্যৱসায়ো সুচল কৰি তুলিব। তেওঁ গুৰুত্ব আৰোপ কৰে যে ইয়াত স্থাপন কৰা নতুন ৰে'ল পৰিচালনা সুবিধাই বংগৰ যুৱক-যুৱতীসকলক নতুন সুযোগ প্ৰদান কৰিব।দিল্লীত মুখ্য সচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰীয়ে
December 28th, 09:32 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত অনুষ্ঠিত পঞ্চম ৰাষ্ট্ৰীয় মুখ্য সচিব সন্মিলনত ভাষণ প্ৰদান কৰে। ২০২৫ চনৰ ২৬ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ দিল্লীৰ পুছাত তিনিদিনীয়া সন্মিলনখন অনুষ্ঠিত হয়।প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে এই সন্মিলনে সমবায় ফেডাৰেলিজমৰ মনোভাৱ শক্তিশালী কৰাৰ লগতে বিকশিত ভাৰতৰ দৃষ্টিভংগী সাধনৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ অংশীদাৰিত্ব গভীৰ কৰাৰ ক্ষেত্ৰত আন এক নিৰ্ণায়ক পদক্ষেপ হিচাপে চিহ্নিত কৰিছে।PM to inaugurate Safran Aircraft Engine Services India facility on 26th November
November 25th, 04:16 pm
In a big step towards the goal of Aatmanirbharta in the aviation sector, PM Modi will inaugurate the Safran Aircraft Engine Services India (SAESI) facility on 26th November at 10 AM via video conferencing. It is located at the GMR Aerospace and Industrial Park – SEZ, Rajiv Gandhi International Airport, Hyderabad. With an initial investment of around ₹1,300 crore, the SAESI facility is designed to service up to 300 LEAP engines annually.প্ৰধানমন্ত্ৰীয়ে ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব
September 12th, 02:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব।For the benefits of central schemes to reach Bengal, a BJP government is essential: PM Modi in Kolkata
August 22nd, 06:00 pm
PM Modi addressed an overflowing crowd gathered at a public meeting in Kolkata where he declared that Bengal’s rise is essential for India’s rise. He firmly reassured, “The BJP government at the Centre has continuously supported Bengal’s growth. From highways to railways, Bengal has received three times more funds than under UPA. But the biggest challenge is that funds sent from Delhi are looted by the state government and not spent on people’s welfare. Instead, they are siphoned off to TMC cadres,” he said.PM Modi’s Kolkata rally: Call for a Viksit Bangla, real ‘poriborton’ and end of TMC’s misrule!
August 22nd, 05:57 pm
PM Modi addressed an overflowing crowd gathered at a public meeting in Kolkata where he declared that Bengal’s rise is essential for India’s rise. He firmly reassured, “The BJP government at the Centre has continuously supported Bengal’s growth. From highways to railways, Bengal has received three times more funds than under UPA. But the biggest challenge is that funds sent from Delhi are looted by the state government and not spent on people’s welfare. Instead, they are siphoned off to TMC cadres,” he said.ইউইআৰ-II আৰু দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লী অংশৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 17th, 12:45 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী নীতিন গাডকাৰী জি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীজী, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় ছাক্সেনাজী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাজী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী অজয় তামতাজী, হৰ্ষ মালহোত্ৰা জী, দিল্লী আৰু হাৰিয়ানাৰ সাংসদ, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভাই-ভনীসকল,১১,০০০ কোটি টকা ব্যয়সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 17th, 12:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ৰোহিনীত প্ৰায় ১১,০০০ কোটি টকাৰ মুঠ ব্যয় সাপেক্ষ দুটা বৃহৎ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে স্থানৰ তাৎপৰ্য্যৰ ওপৰত মন্তব্য কৰি কয় যে এক্সপ্ৰেছৱেৰ নাম “দ্বাৰকা,” আৰু কাৰ্যসূচী “ৰোহিনী”ত অনুষ্ঠিত হৈছে। জন্মাষ্টমীৰ উৎসৱমুখৰ পৰিৱেশৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে নিজেই দ্বাৰকাধীশ দেশৰ বুলি কাকতলীয়া কথাটো উনুকিয়ায়। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ সমগ্ৰ পৰিৱেশটো ভগৱান শ্ৰীকৃষ্ণৰ সত্তাৰে গভীৰভাৱে সংপৃক্ত হৈছে।কৰ্ণাটকৰ বেংগালুৰুত একাধিক মেট্ৰ’ প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
August 10th, 01:30 pm
কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলট ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰী সিদ্দাৰমাইয়া ডাঙৰীয়া, কেন্দ্ৰত মোৰ সতীৰ্থ মনোহৰ লাল খট্টৰ ডাঙৰীয়া, এইচ.ডি. কুমাৰাস্বামী ডাঙৰীয়া, অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, ভি. সোমান্না ডাঙৰীয়া, সুশ্ৰী শোভা কাৰণ্ডলাজে ডাঙৰীয়াণী, উপ-মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰ ডাঙৰীয়া, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী বি সুৰেশ ডাঙৰীয়া, বিৰোধী দলপতি আৰ অশোক ডাঙৰীয়া, সাংসদ তেজস্বী সূৰ্য্য ডাঙৰীয়া, ডাঃ মঞ্জুনাথ ডাঙৰীয়া, বিধায়ক বিজেন্দ্ৰ য়েদিয়ুৰাপ্পা ডাঙৰীয়া আৰু কৰ্ণাটকৰ মোৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ বেংগালুৰুত প্ৰায় ২২,৮০০ কোটি টকা মূল্যৰ মেট্ৰ’ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰে
August 10th, 01:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেংগালুৰুত প্ৰায় ৭,১৬০ কোটি টকা মূল্যৰ বেংগালুৰু মেট্ৰ’ৰ ইয়েল্ল’ লাইন উদ্বোধনৰ লগতে ১৫,৬১০ কোটি টকাৰো অধিক মূল্যৰ বেংগালুৰু মেট্ৰ’ৰ পৰ্য্যায়-৩ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেখেতে বেংগালুৰুৰ কেএছআৰ ৰেলৱে ষ্টেচনত তিনিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে কৰ্ণাটকৰ ভূমিত ভৰি দিয়াৰ লগে-লগে তেখেতৰ নিজৰ-নিজৰ ভাৱ এটা অনুভৱ হৈছে। কৰ্ণাটকৰ সংস্কৃতিৰ সমৃদ্ধি, জনসাধাৰণৰ মৰম, হৃদয়ক গভীৰভাৱে স্পৰ্শ কৰা কানাড়া ভাষাৰ মধুৰতাত আলোকপাতেৰে শ্ৰী মোদীয়ে বেংগালুৰুৰ প্ৰধান দেৱতা অন্নম্মা থাইৰ শ্ৰী-চৰণত শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ ভাষণৰ আৰম্ভণি কৰে। শতিকা পূৰ্বে নদপ্ৰভূ কেম্পেগৌড়াই বেংগালুৰু চহৰৰ ভেটি স্থাপন কৰাৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেম্পেগৌড়াই পৰম্পৰাৰে বদ্ধমূল এখনি চহৰৰ কল্পনাৰ লগতে চহৰখনে যাতে প্ৰগতিৰ নতুন শিখৰতো আৰোহণ কৰে, তাত গুৰুত্ব আৰোপ কৰিছিল। “বেংগালুৰুৱে সদায় সেই মনোভাৱক জীয়াই আৰু ইয়াক সংৰক্ষণ কৰি ৰাখিছে তথা আজিও বেংগালুৰুৱে সেই সপোনকেই বাস্তৱায়িত কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।নতুন দিল্লীত আয়োজিত এম.এছ. স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
August 07th, 09:20 am
মোৰ কেবিনেট সতীৰ্থ শ্ৰী শিৱৰাজ সিং চৌহান; এম.এছ. স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেচনৰ অধ্যক্ষ ডঃ সৌম্য স্বামীনাথন; নিটি আয়োগৰ সদস্য ডঃ ৰমেশ চান্দ; মই স্বামীনাথনৰ পৰিয়ালৰ ভালে কেইজন সদস্যও ইয়াত উপস্থিত থকা দেখিবলৈ পাইছোঁ— মই তেওঁলোককো শ্ৰদ্ধাৰে শুভেচ্ছা জনাইছোঁ। সকলো বিজ্ঞানী, বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাক সম্ভাষণ জনালোঁ!এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 07th, 09:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আইচিএআৰ পিইউএছএত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন আৰু সম্বোধন কৰে। অধ্যাপক এম এছ স্বামীনাথনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক এজন দূৰদৰ্শী ব্যক্তি হিচাপে অভিহিত কৰে, যাৰ বৰঙণিয়ে এটা যুগৰ সূচনা কৰে। তেওঁ লগতে কয় যে অধ্যাপক স্বামীনাথন এগৰাকী মহান বিজ্ঞানী আছিল, যিয়ে বিজ্ঞানক জনসেৱাৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অধ্যাপক স্বামীনাথনে দেশৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। অধ্যাপক স্বামীনাথনে এনে এক চেতনা জাগ্ৰত কৰিলে যিয়ে আগন্তুক শতিকাজুৰি ভাৰতৰ নীতি আৰু অগ্ৰাধিকাৰক পথ প্ৰদৰ্শন কৰি থাকিব বুলি তেওঁ উল্লেখ কৰে। স্বামীনাথনৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে তেওঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।