প্ৰধানমন্ত্ৰীয়ে আকাশমাৰ্গেৰে পঞ্জাৱৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে

September 09th, 05:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱ ভ্ৰমণেৰে ডাৱৰ বিস্ফোৰণ আৰু ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বান পৰিস্থিতি আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয়-ক্ষতিৰ পৰ্য্যালোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে আকাশমাৰ্গেৰে হিমাচল প্ৰদেশৰ বান আৰু বৃষ্টিপাত প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে

September 09th, 03:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশ ভ্ৰমণেৰে ৰাজ্যখনৰ বান পৰিস্থিতি আৰু ইয়াৰ পৰিণতিত তথা ডাৱৰ বিস্ফোৰণ, বৃষ্টিপাত আৰু ভূমিস্খলনৰ বাবে ক্ষয়-ক্ষতিৰ পৰ্য্যালোচনা কৰে।

সতৰ্ক হৈ থকা আৰু নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

February 25th, 11:00 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কী বাত’ অনুষ্ঠানৰ সময়ত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বহল ব্যাখ্যা আগবঢ়ায়। এই বোৰৰ ভিতৰত প্ৰযুক্তিৰ পৰা দুৰ্যোগ ব্যৱস্থাপনা, ‘স্বচ্ছ ভাৰত’ৰ পৰা ‘গোৱৰধন যোজনা’ উল্লেখযোগ্য। প্ৰধানমন্ত্ৰীয়ে মহিলাকেন্দ্ৰিক উন্নয়নৰ প্ৰতি উৎসাহ জন্মোৱাৰ লগতে মহিলাসকলে বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ কেনেদৰে ‘নতুন ভাৰত’ৰ ভেঁটি সুদৃঢ় কৰিব পাৰে সেই বিষয়ে কয়।