TMC government is run either by goons or only after High Court and Supreme Court orders: PM Modi in Arambagh, West Bengal

April 26th, 01:50 pm

Addressing a Vijay Sankalp rally in Arambagh, West Bengal, PM Modi remarked that after 15 years of intimidation, the people of Bengal are now determined to defeat injustice. He noted that the TMC government acts only after the court intervention. He concluded by urging people to vote decisively for BJP, stating that only a government free from fear, corruption and syndicate control can unlock Bengal’s true potential.

The expiry date of this 15-year syndicate TMC raj is 4 May: PM Modi in Bangaon, West Bengal

April 26th, 01:30 pm

Addressing a massive public rally in Bangaon, West Bengal, PM Modi delivered a sharp message against TMC’s corruption, syndicate raj and fear politics. Stating that “Nari Shakti” has been the worst affected under TMC rule, he called upon women to lead the change. He also outlined BJP’s roadmap for development, security and prosperity in West Bengal and recalled the legacy of Syama Prasad Mookerjee.

PM Modi’s impactful rallies in Bangaon and Arambagh, West Bengal

April 26th, 01:24 pm

PM Modi addressed massive public gatherings in Bangaon and Arambagh, delivering a sharp message against TMC’s corruption, syndicate raj and fear politics, while presenting BJP’s roadmap for development, security and prosperity in West Bengal.

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৱাই ইউ. জি. এম. কনক্লেভত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ

April 29th, 11:01 am

আজি, চৰকাৰ, শিক্ষা, বিজ্ঞান আৰু গৱেষণাৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ লোক ইয়াত বৃহৎ সংখ্যাত উপস্থিত আছে। এই সংহতি, এই সংগম, ইয়াক যুটী বুলি কোৱা হয়। এটা যুটি য 'ত উন্নত ভাৰতৰ ভৱিষ্যতৰ প্ৰযুক্তি-সম্পৰ্কীয় অংশীদাৰসকল একেলগে জড়িত হৈ আছে। মই আত্মবিশ্বাসী যে এই অনুষ্ঠানটোৱে ভাৰতৰ উদ্ভাৱন ক্ষমতা আৰু গভীৰ প্ৰযুক্তিত ভাৰতৰ ভূমিকা বৃদ্ধিৰ বাবে আমি কৰা প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব। আজি, আই. আই. টি. কানপুৰ আৰু আই. আই. টি. বোম্বাইত এ. আই., বুদ্ধিমত্তা প্ৰণালী, আৰু জৈৱবিজ্ঞান জৈৱ প্ৰযুক্তি স্বাস্থ্য আৰু ঔষধৰ ছুপাৰ হাব মুকলি কৰা হৈছে। আজি ৱাধৱানী উদ্ভাৱন নেটৱৰ্কও আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ সহযোগিতাত গৱেষণা অব্যাহত ৰখাৰো সিদ্ধান্ত লোৱা হৈছে। এই প্ৰচেষ্টাৰ বাবে মই ৱাধৱানী ফাউণ্ডেশ্যন, আমাৰ আই. আই. টি. আৰু আন সকলো অংশীদাৰক অভিনন্দন জনাইছো। বিশেষকৈ, মই মোৰ বন্ধু ৰমেশ ৱাধৱানী মহাশয়ক প্ৰশংসা কৰোঁ। আপোনাৰ নিষ্ঠা আৰু সক্ৰিয়তাৰ জৰিয়তে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডই একেলগে দেশৰ শিক্ষা ব্যৱস্থাত বহুতো ইতিবাচক পৰিৱৰ্তন সাধন কৰিছে।

ৱাই ইউ জি এম উদ্ভাৱন সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 29th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৱাই ইউ জি এম উদ্ভাৱন সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমাৱেশত ভাষণ দি তেওঁ চৰকাৰী বিষয়া, শিক্ষাবিদ আৰু বিজ্ঞান তথা গৱেষণা পেছাদাৰীসকলৰ গুৰুত্বপূৰ্ণ সমাৱেশৰ ওপৰত আলোকপাত কৰি অংশীদাৰসকলৰ সংগমস্থল ৱাই ইউ জি এম— এখন উন্নত ভাৰতৰ বাবে ভৱিষ্যতৰ প্ৰযুক্তিসমূহ আগুৱাই নিয়াৰ লক্ষ্যৰে কৰা সহযোগিতাৰ মঞ্চৰূপে অভিহিত কৰি ইয়াত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে এই অনুষ্ঠানে ভাৰতৰ উদ্ভাৱন ক্ষমতা আৰু গভীৰ-প্ৰযুক্তিক্ষেত্ৰত ভাৰতৰ ভূমিকা বৃদ্ধিৰ প্ৰচেষ্টাক গতি প্ৰদান কৰিব। এ আই, বুদ্ধিমত্তাসম্পন্ন ব্যৱস্থা আৰু জৈৱ বিজ্ঞান, জৈৱ প্ৰযুক্তি, স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আই আই টি কানপুৰ আৰু আই আই টি বম্বেত মুকলি কৰা ছুপাৰ হাবৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ লগতে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সহযোগত গৱেষণাক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰা ৱাধৱনী উদ্ভাৱন নেটৱৰ্ক মুকলি কৰাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৱাধৱনী ফাউণ্ডেশ্যন, আই আই টিসমূহ আৰু এই পদক্ষেপসমূহৰ সৈতে জড়িত সকলো অংশীদাৰক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহযোগিতাৰ জৰিয়তে দেশৰ শিক্ষা ব্যৱস্থাত ইতিবাচক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত ৰোমেশ ৱাধৱানী ডাঙৰীয়াৰ নিষ্ঠা আৰু সক্ৰিয় ভূমিকাৰ বাবে তেওঁক বিশেষভাৱে প্ৰশংসা কৰে।

১১ এপ্ৰিলত উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 09th, 09:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ এপ্ৰিলত উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ বাৰাণসীলৈ যাত্ৰা কৰিব আৰু পুৱা প্ৰায় ১১ বজাত তেওঁ আধাৰশিলা স্থাপন কৰাৰ লগতে ৩,৮৮০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে ৰাজহুৱা সভাত ভাষণ আগবঢ়াব।

"সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা তথা দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ" শীৰ্ষক জি-২০ অধিবেশনত প্ৰধানমন্ত্ৰীৰ বক্তব্য

November 18th, 08:00 pm

আৰম্ভণিতে মই ৰাষ্ট্ৰপতি লুলাক জি-২০ সন্মিলন আয়োজনৰ বাবে আৰু জি-২০ৰ সফল অধ্যক্ষতাৰ বাবে অভিনন্দন জনাইছোঁ।

‘সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা আৰু দৰিদ্ৰতা’ৰ বিৰুদ্ধে যুঁজ সন্দৰ্ভত ‘জি-২০’ অধিৱেশনত ভাষণ দিয়ে প্ৰধানমন্ত্ৰীয়ে

November 18th, 07:55 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ' সন্দৰ্ভত জি-২০ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দিয়ে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত লুইছ ইনাচিও লুলা দা ছিলভাক সন্মিলনখন আয়োজন কৰাৰ বাবে আৰু তেওঁৰ আন্তৰিকতাপূৰ্ণ আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। বহনক্ষম উন্নয়ন লক্ষ্যত গুৰুত্ব দিয়া ব্ৰাজিলিয়ান জি-২০ কাৰ্যসূচীৰ প্ৰশংসা কৰি তেওঁ কয় যে এই পদ্ধতিয়ে ‘গোলকীয় দক্ষিণ’ৰ উদ্বেগৰ প্ৰসংগত আলোকপাত কৰিছে আৰু নতুন দিল্লী জি-২০ সন্মিলনৰ জনকেন্দ্ৰিক সিদ্ধান্তসমূহক আগুৱাই নিছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতীয় জি-২০ প্ৰেচিডেন্সিৰ এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ আহ্বান ৰিঅ'ৰ আলোচনাত প্ৰতিধ্বনিত হৈছে।

প্ৰধান মন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত কেবিনেটৰ অনুমোদন

September 18th, 03:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে জনজাতীয়-অধ্যুষিত গাঁও আৰু আকাংক্ষী জিলাসমূহৰ জনজাতীয় পৰিয়ালৰ বাবে চেচুৰেচন ক’ভাৰেজ অভিযোজনাৰে জনজাতীয়া সমাজখনৰ আৰ্থ-সামাজিক অৱস্থাৰ অগ্ৰগতি সাধনৰ অৰ্থে মুঠ ৭৯,১৫৬ কোটি টকা (কেন্দ্ৰীয় অংশঃ ৫৬,৩৩৩ কোটি টকা আৰু ৰাজ্যিক অংশঃ ২২,৮২৩ কোটি টকা) ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত অনুমোদন জনায়।

মধ্যপ্ৰদেশৰ ঝাবুৱাত প্ৰায় ৭৩০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

February 11th, 07:35 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ঝাবুৱাত প্ৰায় ৭৩০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ এই উন্নয়নমূলক প্ৰকল্পসমূহে অঞ্চলটোৰ জনজাতীয় লোকসকলক উপকৃত কৰিব। প্ৰকল্পসমূহে পানী যোগান আৰু খোৱাপানীৰ যোগান শক্তিশালী কৰাৰ লগতে মধ্যপ্ৰদেশৰ পথ, ৰে’ল, বিদ্যুৎ আৰু শিক্ষা খণ্ডকো এক উত্থান প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে পিছপৰা জনজাতিৰ প্ৰায় ২ লাখ মহিলা হিতাধিকাৰীক আহাৰ অনুদানৰ মাহেকীয়া কিস্তি প্ৰদান কৰি স্বামীত্ব আঁচনিৰ হিতাধিকাৰীক ১.৭৫ লাখ অধিকাৰ অভিলেখ (অধিকাৰৰ অভিলেখ) বিতৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত ৫৫৯খন গাঁৱৰ বাবে ৫৫.৯ কোটি টকা হস্তান্তৰ কৰে।

২ কোটি লাখপতি দিদিক প্ৰতিষ্ঠাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে; ড্ৰোন কী উড়ানক শক্তি প্ৰদান কৰিব মহিলাৰ আত্মসহায়ক গোটেঃ প্ৰধানমন্ত্ৰী

August 15th, 01:33 pm

আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰপৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চৰকাৰে মহিলাৰ আত্মসহায়ক গোট (SHG)সমূহৰ সৈতে গাঁৱে-ভূঞে ২ কোটি ‘লাখপতি দিদি’ক প্ৰতিষ্ঠাৰ লক্ষ্যৰে কাম কৰি আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি ১০ কোটি মহিলা মহিলাৰ আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত হৈ আছে। “আজি গাঁৱে-ভূঞে বেংকত, অংগনৱাড়ীত আৰু ঔষধ যোগান ধৰাৰ ক্ষেত্ৰত দিদি জড়িত হৈছে।”

গুজৰাটৰ ভাৱনগৰত অনুষ্ঠিত ‘পাপা নি পাৰি’ লগ্নোৎসৱ ২০২২, শীৰ্ষক এক গণ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ

November 06th, 05:32 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভাৱনগৰত অনুষ্ঠিত ‘পাপা নি পাৰি’ লগ্নোৎসৱ ২০২২, শীৰ্ষক এক গণ বিবাহ অনুষ্ঠান অংশগ্ৰহণ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে বিবাহপাশত আবদ্ধ হোৱা ৫৫২গৰাকী কন্যাৰ সকলোকে আশীৰ্বাদ দি দৰ্শকক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ জীৱনত পিতৃ থকাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

১৮-২০এপ্রিলত গুজৰাট ভ্ৰমণ কৰিব প্রধানমন্ত্রীয়ে

April 16th, 02:36 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৮ৰ পৰা ২০এপ্রিললৈকে গুজৰাট ভ্ৰমণ কৰিব। ১৮ এপ্ৰিলৰ সন্ধিয়া ৬বজাত গান্ধীনগৰত বিদ্যালয়সমূহৰ কামাণ্ড এণ্ড কণ্ট্ৰোল চেণ্টাৰ পৰিদর্শন কৰিব৷ ১৯ এপ্ৰিলৰ পুৱা ৯.৪০ বজাত তেওঁ বনছকাঁথাৰ দিয়োদাৰত বনছ দুগ্ধ সংকুলত একাধিক উন্নয়নমূলক প্রকল্প দেশবাসীৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। একেদিনাই বিয়লি ৩.৩০বজাত তেওঁ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ আন্তঃৰাষ্ট্ৰীয় পৰম্পৰাগত চিকিৎসা কেন্দ্রৰ আধাৰশিলা স্থাপন কৰিব। ২০ এপ্রিলৰ পুৱা ১০ বজাত প্রধানমন্ত্রীয়ে গান্ধীনগৰত বিশ্ব আয়ুষ বিনিয়োগ আৰু সন্মিলনৰ উদ্বোধন কৰিব। ইয়াৰ বিয়লি ৩.৩০ বজাত শ্রী মোদীয়ে দাহোদত আদিজাতি মহাসন্মিলন উদ্বোধন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

জল জীৱন মিছনে দেশৰ বিকাশক নতুন গতি প্ৰদান কৰিছে: প্ৰধানমন্ত্ৰী

April 09th, 09:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে জল জীৱন মিছনে আজি দেশৰ বিকাশক নতুন গতি প্ৰদান কৰিছে। তেওঁ লগতে কয় যে যোৱা ৩ বছৰতকৈও কম সময়ত কোটি কোটি ঘৰলৈ পানী গৈ পাইছে যি জন-আকাংক্ষা আৰু জন-অংশগ্ৰহণৰ এটা উৎকৃষ্ট উদাহৰণ।

Today our focus is not only on health, but equally on wellness: PM Modi

February 26th, 02:08 pm

PM Narendra Modi inaugurated the post Union Budget webinar of Ministry of Health and Family Welfare. The Prime Minister said, The Budget builds upon the efforts to reform and transform the healthcare sector that have been undertaken during the last seven years. We have adopted a holistic approach in our healthcare system. Today our focus is not only on health, but equally on wellness.”

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ বাজেট পৰৱৰ্তী ৱেবিনাৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

February 26th, 09:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় বাজেট পৰৱৰ্তী ৱেবিনাৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰা বাজেট পৰৱৰ্তী ৱেবিনাৰ শৃংখলাৰ এয়া পঞ্চম ৱেবিনাৰ। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ স্বাস্থ্যসেৱা প্ৰফেশ্যনেল আৰু পেৰা-মেডিক, নাৰ্চিং, স্বাস্থ্য ব্যৱস্থাপনা, প্ৰযুক্তি আৰু গৱেষণাৰ প্ৰফেশ্যনেলসকল উপস্থিত থাকে।

Double engine government in Punjab will ensure development, put an end to mafias: PM Modi

February 17th, 11:59 am

Continuing his election campaigning spree, PM Modi addressed a rally in Punjab’s Fazilka. Addressing the huge rally, he said, “Today Punjab needs a government that draws inspiration from patriotism, from the development of Punjab. BJP has come before you with dedication, with the resolve of security and development of Punjab.”

PM Modi addresses a Vishal Jan Sabha in Punjab’s Fazilka

February 17th, 11:54 am

Continuing his election campaigning spree, PM Modi addressed a rally in Punjab’s Fazilka. Addressing the huge rally, he said, “Today Punjab needs a government that draws inspiration from patriotism, from the development of Punjab. BJP has come before you with dedication, with the resolve of security and development of Punjab.”

কেন্দ্ৰীয় বাজেট ২০২২-২৩ ৰ ওপৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 01st, 02:23 pm

এই বাজেটে ১০০ বছৰৰ ভয়ংকৰ দুৰ্যোগৰ মাজত উন্নয়নৰ এক নতুন আত্মবিশ্বাস কঢ়িয়াই আনিছে। এই বাজেটে অৰ্থনীতি শক্তিশালী কৰাৰ লগতে সাধাৰণ মানুহৰ বাবে বহুতো নতুন সুযোগৰ সৃষ্টি কৰিব। এই বাজেট অধিক আন্তঃগাঁথনি, অধিক বিনিয়োগ, অধিক বিকাশ আৰু অধিক চাকৰিৰ বাবে নতুন সম্ভাৱনাৰে পৰিপূৰ্ণ। আৰু এটা নতুন এলেকা মুকলি হৈছে। সেয়া হৈছে গ্ৰীণ জবৰ কাম। এই বাজেটে সেই সময়ৰ প্ৰয়োজনীয়তাবোৰো সম্বোধন কৰে আৰু দেশৰ যুৱপ্ৰজন্মৰ বাবে এক উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰে।

এখন ‘জন-অনুকূল আৰু প্ৰগতিশীল বাজেট’ৰ বাবে বিত্ত মন্ত্ৰী আৰু তেওঁৰ দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

February 01st, 02:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বছৰৰ বাজেটখনে এটা শতিকাৰ দুৰ্যোগৰ মাজত উন্নয়নৰ এক নতুন আত্মবিশ্বাস কঢ়িয়াই লৈ আহিছে। তেওঁ কয়, ‘এই বাজেটে অৰ্থনীতিক শক্তিশালী কৰাৰ লগতে সাধাৰণ লোকৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব’।