বিগত ১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ অভূতপূৰ্ব বৃদ্ধি, আত্মনিৰ্ভৰশীলতা আৰু আধুনিকীকৰণক শক্তিশালী কৰি তোলাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
June 10th, 09:47 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে বিগত ১১ বছৰত ভাৰতে প্ৰতিৰক্ষা খণ্ডত উল্লেখযোগ্য উন্নতি প্ৰত্যক্ষ কৰিছে, য’ত প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত স্পষ্টৰূপত গুৰুত্ব দিয়া হৈছে।