PM Modi's interview with Nikkei Asia

August 29th, 04:14 pm

The BRICS grouping has an important role to play in shaping the multipolar world, PM Modi told Nikkei in an exclusive interview, adding that this is especially so at a time when the world order is under pressure and institutions of global governance lack effectiveness or credibility to deliver. He added, India and Japan are two vibrant democracies and two of the world's leading economies. Our relations are anchored in trust, friendship and mutual goodwill.

দ্য য়মিউৰি শ্বিমবুনৰে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

August 29th, 10:23 am

দ্য য়মিউৰি শ্বিমবুনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে জাপানলৈ আমন্ত্ৰণ জনোৱাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰী ইছিবাক ধন্যবাদ জনায়। তেওঁ কয় যে ভাৰত আৰু জাপান, প্ৰাচীন সভ্যতা, সজীৱ গণতন্ত্ৰ আৰু আগশাৰীৰ অৰ্থনীতি হিচাপে এক উমৈহতীয়া কৌশলগত দৃষ্টিভংগী আছে। লুপেক্স অভিযানত সহযোগিতাৰ ওপৰত আলোকপাত কৰি তেওঁ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক সন্মান কৰা শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু সুস্থিৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি দুয়োখন দেশৰ দায়বদ্ধতাক দৃঢ় কৰে।

আৰব নিউজৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

April 22nd, 08:13 am

এই কৰিডৰৰ সফলতাত ভাৰত আৰু চৌদি আৰব দুয়োখন দেশৰ মূল ভূমিকা আছে। আমি মাল্টি-মডেল লজিষ্টিক সংযোগ, ডাটা সংযোগ আৰু বৈদ্যুতিক গ্ৰীড সংযোগকে ধৰি সংযোগৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ আমাৰ চৌদি অংশীদাৰসকলৰ সৈতে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি এই পদক্ষেপৰ অধীনত স্বচ্ছ আৰু সেউজ হাইড্ৰজেন আৰু আনুষংগিক যোগান শৃংখলৰ ওপৰত কাম কৰি আছো।

ঋণ খণ্ডত মুদ্ৰা এনপিএৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বনিম্নঃ প্ৰধানমন্ত্ৰী মোদী

April 08th, 10:00 am

দ্য ইকনমিক টাইমছৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাতকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ঋণ খণ্ডত মুদ্ৰা আঁচনিৰ অধীনত নন-পাৰফৰ্মিং এছেট (এনপিএ)ৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বনিম্ন। তেওঁ ইয়াৰ কৃতিত্ব ক্ষুদ্ৰ ঋণ লোৱাসকলৰ বিশ্বাসযোগ্যতা আৰু ফলপ্ৰসূ নীতি ৰূপায়ণৰ বাবে বুলি কয়।

কুৱেইটত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

December 21st, 09:55 pm

কুৱেইটত উপস্থিত হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনোৱা হয়। ৪৩ বছৰৰ পাছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে আমিৰ, ক্ৰাউন প্ৰিন্স আৰু কুৱেইটৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ’ব। তেওঁ ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও মত বিনিময় কৰিব আৰু উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব...

হিন্দুস্তানৰে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

May 31st, 08:00 am

‘হিন্দুস্তান’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে চলিত নিৰ্বাচনকে ধৰি বহু বিষয়ৰ ওপৰত আলোচনা কৰে। নেতিবাচক ৰাজনীতিত বিশ্বাসী দলসমূহক দেশৰ জনসাধাৰণে নাকচ কৰা বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। আজি ভোটাৰে একবিংশ শতিকাৰ ৰাজনীতি চাব বিচাৰিছে। ‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিষয়ত ঐকমত্যৰে আগবাঢ়ি যোৱা উচিত।

অপেন মেগাজিনৰে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

May 29th, 05:03 pm

অপেন মেগাজিনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দহ বছৰত তেওঁৰ চৰকাৰৰ সাফল্য, ভাৰতৰ ভৱিষ্যতৰ বাবে তেওঁৰ দৃষ্টিভংগী কি, দেশখনক কিয় এখন সুস্থিৰ চৰকাৰৰ প্ৰয়োজন, ইত্যাদি বহু কথাৰ বিষয়ে কয়।

ৰিপাব্লিক বাংলাৰ ময়ূখ ৰঞ্জন ঘোষৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

May 28th, 09:50 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিপাব্লিক বাংলাক দিয়া এক সাক্ষাৎকাৰত একাধিক বিষয়ৰ ওপৰত ভাষণ আগবঢ়ায়।

চিএনএন নিউজ১৮ৰ পল্লৱ ঘোষৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ

May 28th, 09:15 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিএনএন নিউজ১৮ক দিয়া এক সাক্ষাৎকাৰত একাধিক বিষয়ৰ ওপৰত ভাষণ আগবঢ়ায়।

এবিপি নিউজৰে সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

May 28th, 09:03 pm

এবিপি নিউজৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত লোকসভা নিৰ্বাচনৰ বিষয়ে গভীৰভাৱে আলোচনা কৰি বিজেপি নেতৃত্বাধীন এনডিএৰ নীতিগত শাসন আৰু উন্নয়নৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ বিৰোধীৰ সুবিধাবাদী আৰু তুষ্টিকৰণ ৰাজনীতিৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জীৱন আৰু মূল্যবোধ গঢ় দিয়াত বংগ আৰু ৰামকৃষ্ণ মিছনে যি গভীৰ প্ৰভাৱ পেলাইছে, সেই বিষয়েও তেওঁৰ অন্তৰ্দৃষ্টি শ্বেয়াৰ কৰে।